የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
48 : 29

وَمَا كُنْتَ تَتْلُوْا مِنْ قَبْلِهٖ مِنْ كِتٰبٍ وَّلَا تَخُطُّهٗ بِیَمِیْنِكَ اِذًا لَّارْتَابَ الْمُبْطِلُوْنَ ۟

হে ৰাছুল! আপুনি কোৰআনৰ পূৰ্বে কোনো কিতাবেই পঢ়া নাছিল আৰু আপোনাৰ সোঁ হাতেৰেও একো লিখিব পৰা নাছিল। কাৰণ আপুনি আছিল নিৰক্ষৰ। লিখা পঢ়াৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাছিল। যদি আপুনি লিখা পঢ়া জানিলেহেঁতেন তেন্তে বহুতো মুৰ্খই আপোনাৰ নবুওৱতকলৈ সন্দেহ পোষণ কৰিলেহেঁতেন। আৰু সিহঁতে দাবী কৰিলেহেঁতেন যে, আপুনি পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ পৰা এইবোৰ লিখি আছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مجادلة أهل الكتاب تكون بالتي هي أحسن.
আহলে কিতাবসকলৰ লগত উত্তমভাৱে বাদানুবাদ কৰা উচিত। info

• الإيمان بجميع الرسل والكتب دون تفريق شرط لصحة الإيمان.
কোনো ভেদাভেদ নকৰাকৈ সকলো ৰাছুল আৰু ঐশীগ্ৰন্থৰ ওপৰত ঈমান পোষণ কৰাটোৱে হৈছে সঠিক ঈমানৰ দাবী। info

• القرآن الكريم الآية الخالدة والحجة الدائمة على صدق النبي صلى الله عليه وسلم.
পৱিত্ৰ কোৰআন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতাৰ চিৰস্থায়ী নিদৰ্শন, তথা চিৰযুগমীয়া প্ৰমাণ। info