የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
26 : 30

وَلَهٗ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— كُلٌّ لَّهٗ قٰنِتُوْنَ ۟

আকাশমণ্ডলত যি যি আছে সেইসকলো একমাত্ৰ তেওঁৰেই। আৰু পৃথিৱীত যি যি আছে সেইসকলো তেওঁৰেই। তেৱেঁই মালিক, তেৱেঁই সৃষ্টিকৰ্তা আৰু তেৱেঁই সঞ্চালনকাৰী। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়েই তেওঁৰ আদেশ মানিবলৈ বাধ্য আৰু তেওঁৰ ওচৰতেই সকলোৱে আত্মসমৰ্পন কৰে। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• خضوع جميع الخلق لله سبحانه قهرًا واختيارًا.
ইচ্ছাকৃতভাৱেই হওক অথবা অনিচ্ছাকৃতভাৱে, সকলো সৃষ্টিয়েই আল্লাহৰ সন্মুখত শিৰ নত কৰিবলৈ বাধ্য। info

• دلالة النشأة الأولى على البعث واضحة المعالم.
প্ৰথমবাৰৰ সৃষ্টি কাৰ্যই আখিৰাতৰ জীৱনৰ স্পষ্ট প্ৰমাণবহন কৰে। info

• اتباع الهوى يضل ويطغي.
প্ৰবৃত্তিৰ অনুসৰণৰ ফলত মানুহ পথভ্ৰষ্ট আৰু দূৰাচাৰীত পৰিণত হয়। info

• دين الإسلام دين الفطرة السليمة.
ইছলাম ধৰ্মই হৈছে সঠিক স্বভাৱগত ধৰ্ম। info