የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
13 : 32

وَلَوْ شِئْنَا لَاٰتَیْنَا كُلَّ نَفْسٍ هُدٰىهَا وَلٰكِنْ حَقَّ الْقَوْلُ مِنِّیْ لَاَمْلَـَٔنَّ جَهَنَّمَ مِنَ الْجِنَّةِ وَالنَّاسِ اَجْمَعِیْنَ ۟

যদি আমি প্ৰত্যেককে হিদায়ত দিব বিচাৰিলোহেঁতেন তেন্তে নিশ্চয় সিহঁতক তাওফীক প্ৰদান কৰিলোহেঁতেন আৰু ইয়াৰ প্ৰেৰণা দিলোহেঁতেন। কিন্তু মোৰ হিকমত আৰু ন্যায় অনুযায়ী এই কথা চূড়ান্ত হৈছে যে, নিশ্চয় আমি কিয়ামতৰ দিনা জিন আৰু মানৱৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁতৰ দ্বাৰা জাহান্নাম ভৰ্তি কৰিম। কাৰণ সিহঁতে ঈমান তথা সঠিক সুদৃঢ় পথৰ পৰিবৰ্তে কুফৰ তথা বিভ্ৰান্তকৰ পথ বাচি লৈছে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إيمان الكفار يوم القيامة لا ينفعهم؛ لأنها دار جزاء لا دار عمل.
কিয়ামতৰ দিনা কাফিৰসকলৰ ঈমানে সিহঁতক কোনো উপকাৰ সাধন নকৰিব। কাৰণ সেইটো হৈছে প্ৰতিদানৰ ঠাই, আমলৰ ঠাই নহয়। info

• خطر الغفلة عن لقاء الله يوم القيامة.
কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষৎ সম্পৰ্কীয় অমনোযোগিতা বৰ ভয়াৱহ। info

• مِن هدي المؤمنين قيام الليل.
ৰাতি জাগৰণ কৰি চালাত আদায় কৰাটো মুমিনসকলৰ পৰিচয়। info