የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
7 : 33

وَاِذْ اَخَذْنَا مِنَ النَّبِیّٖنَ مِیْثَاقَهُمْ وَمِنْكَ وَمِنْ نُّوْحٍ وَّاِبْرٰهِیْمَ وَمُوْسٰی وَعِیْسَی ابْنِ مَرْیَمَ ۪— وَاَخَذْنَا مِنْهُمْ مِّیْثَاقًا غَلِیْظًا ۟ۙ

হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আমি নবীসকলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ যে, তেওঁলোকে যেন একমাত্ৰ আল্লাহৰ ইবাদত কৰে, আৰু তেওঁৰ ইবাদতত আন কাকো অংশী স্থাপন নকৰে। লগতে তেওঁলোকে যেন সেই বাৰ্তা সূচাৰুৰূপে প্ৰচাৰ কৰে, যিটো তেওঁলোকৰ প্ৰতি অহী কৰা হৈছে। এই প্ৰতিশ্ৰুতি লৈছিলোঁ বিশেষকৈ আপোনাৰ পৰা, নূহৰ পৰা, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মৰিয়মৰ পৰা। আল্লাহৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আমি তেওঁলোকক যি দায়িত্ব অৰ্পন কৰিছিলোঁ, সেইটো পৰিপূৰ্ণৰূপে আদায় কৰিবলৈ আমি তেওঁলোকৰ পৰা এই দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• منزلة أولي العزم من الرسل.
দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলৰ মৰ্যাদা অতি উচ্চ। info

• تأييد الله لعباده المؤمنين عند نزول الشدائد.
কঠিন পৰিস্থিতিত আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• خذلان المنافقين للمؤمنين في المحن.
বিপদৰ সময়ত মুনাফিকসকলে মুমিনসকলৰ সঙ্গ ত্যাগ কৰে। info