Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (11) ምዕራፍ: ሰበእ
اَنِ اعْمَلْ سٰبِغٰتٍ وَّقَدِّرْ فِی السَّرْدِ وَاعْمَلُوْا صَالِحًا ؕ— اِنِّیْ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
হে দাঊদ! তুমি প্ৰশস্ত কৱচ প্ৰস্তুত কৰা। যিটোৱে তোমাৰ সৈন্যবাহিনীক শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰিব। (কৱচ প্ৰস্তুত কৰাৰ সময়ত) পেঁচ-গজালবোৰ ইমান পাতলকৈ নবনাবা যিবোৰ ফুটাত খাপ নাখায়, আৰু ইমান মোটাকৈ নবনাবা যিবোৰ ফুটাত নোসোমায়। তথা সৎকৰ্ম কৰি যোৱা, নিশ্চয় মই তোমালোকৰ কৰ্মবোৰ পৰ্যবেক্ষণ কৰি আছোঁ। তোমালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়। শীঘ্ৰেই মই তোমালোকক ইয়াৰ প্ৰতিদান দিম।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تكريم الله لنبيه داود بالنبوة والملك، وبتسخير الجبال والطير يسبحن بتسبيحه، وإلانة الحديد له.
আল্লাহে তেওঁৰ নবী দাঊদক নবুওৱত আৰু ৰাজত্ব প্ৰদান কৰি সন্মানিত কৰিছিল। লগতে পৰ্বতসমূহক আৰু চৰাইবোৰক তেওঁৰ অধীনস্থ কৰি দিছিল, সেইবোৰে তেওঁৰ সৈতে তছবীহ পাঠ কৰিছিল। তথা আমি তেওঁৰ বাবে লোহাক লেতু-সেতু কৰি দিছিলোঁ।

• تكريم الله لنبيه سليمان عليه السلام بالنبوة والملك.
আল্লাহে তেওঁৰ নবী ছুলাইমান আলাইহিচ্ছালামকো নবুওৱত আৰু ৰাজত্বৰ দ্বাৰা সন্মানিত কৰিছিল।

• اقتضاء النعم لشكر الله عليها.
আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো হৈছে নিয়ামতৰ দাবী।

• اختصاص الله بعلم الغيب، فلا أساس لما يُدَّعى من أن للجن أو غيرهم اطلاعًا على الغيب.
গায়েবৰ জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। জিন হওক অথবা আন কোনোবা, যিয়েই ইয়াৰ দাবী কৰিব সি হ’ব মিছলীয়া। কাৰণ ইয়াৰ কোনো ভিত্তি নাই।

 
የይዘት ትርጉም አንቀጽ: (11) ምዕራፍ: ሰበእ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት