Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (3) ምዕራፍ: ሰበእ
وَقَالَ الَّذِیْنَ كَفَرُوْا لَا تَاْتِیْنَا السَّاعَةُ ؕ— قُلْ بَلٰی وَرَبِّیْ لَتَاْتِیَنَّكُمْ ۙ— عٰلِمِ الْغَیْبِ ۚ— لَا یَعْزُبُ عَنْهُ مِثْقَالُ ذَرَّةٍ فِی السَّمٰوٰتِ وَلَا فِی الْاَرْضِ وَلَاۤ اَصْغَرُ مِنْ ذٰلِكَ وَلَاۤ اَكْبَرُ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟ۙ
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ কিয়ামত কেতিয়াও সংঘটিত নহ’ব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, কিয় নাহিব; আল্লাহৰ শপত! নিশ্চয় কিয়ামত সংঘটিত হ’ব যিটোক তোমালোকে অস্বীকাৰ কৰি আছা। কিন্তু ইয়াৰ সঠিক তথা নিৰ্ধাৰিত সময় সম্পৰ্কে আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পৱিত্ৰ আল্লাহেই অদৃশ্য বিষয়াদি যেনে কিয়ামত সম্পৰ্কে অৱগত। আকাশমণ্ডল আৰু পৃথিৱীত সৰুতকৈও সৰু এটা পৰুৱাৰ সমানো কোনো বস্তু নাই, যিটো তেওঁৰ জ্ঞানৰ বাহিৰত আছে। আনকি ইয়াতকৈ সৰুৱে হওক অথবা ডাঙৰ, একোৱেই তেওঁৰ পৰা গোপন নহয়। সেই সকলোবোৰ এখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফুজত লিপিবদ্ধ হৈ আছে। সেই গ্ৰন্থত কিয়ামত পৰ্যন্ত হ’বলগীয়া সকলো বস্তু লিপিবদ্ধ আছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سعة علم الله سبحانه المحيط بكل شيء.
আল্লাহৰ জ্ঞানৰ প্ৰশস্ততা, তেওঁৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

• فضل أهل العلم.
বিদ্যানসকলৰ মৰ্যাদা।

• إنكار المشركين لبعث الأجساد تَنَكُّر لقدرة الله الذي خلقهم.
মুশ্বৰিকসকলৰ ফালৰ পৰা আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা বিষয়টোৱে দৰাচলতে আল্লাহৰ ক্ষমতাক অস্বীকাৰ কৰা বুজাইছে, অথচ তেৱেঁই সিহঁতক সৃষ্টি কৰিছে।

 
የይዘት ትርጉም አንቀጽ: (3) ምዕራፍ: ሰበእ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት