Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (21) ምዕራፍ: ሷድ
وَهَلْ اَتٰىكَ نَبَؤُا الْخَصْمِ ۘ— اِذْ تَسَوَّرُوا الْمِحْرَابَ ۟ۙ
হে ৰাছুল! আপোনাৰ ওচৰলৈ সেই দুজন বিবাদকাৰী ব্যক্তিৰ সংবাদ আহি পৰিছেনে, যেতিয়া সিহঁতে প্ৰাচীৰ বগাই দাঊদ আলাইহিচ্ছালামৰ ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان فضائل نبي الله داود وما اختصه الله به من الآيات.
আল্লাহৰ নবী দাঊদ আলাইহিচ্ছালামৰ ফজিলত আৰু তেওঁ লাভ কৰা বিভিন্ন নিদৰ্শনৰ বৰ্ণনা।

• الأنبياء - صلوات الله وسلامه عليهم - معصومون من الخطأ فيما يبلغون عن الله تعالى؛ لأن مقصود الرسالة لا يحصل إلا بذلك، ولكن قد يجري منهم بعض مقتضيات الطبيعة بنسيان أو غفلة عن حكم، ولكن الله يتداركهم ويبادرهم بلطفه.
আল্লাহে নবীসকলক যি পৌঁচাই দিবলৈ নিৰ্দেশ দিছে, সেইক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণৰূপে ত্ৰুটিমুক্ত। কিয়নো ইয়াৰ অবিহনে ৰিছালতৰ উদ্দেশ্য পূৰণ নহ’ব। যদিও মানৱ হিচাপে কেতিয়াবা কেতিয়াবা ভুলবশতঃ অথবা বিধানৰ পৰা অমনোযোগিতাৰ কাৰণে কিছুমান ভুল হোৱাটো স্বাভাৱিক। কিন্তু আল্লাহে নিজ অনুগ্ৰহৰে লগে লগে সেই বিষয়ে তেওঁক সাৱধান কৰি দিয়ে।

• استدل بعض العلماء بقوله تعالى: ﴿ وَإِنَّ كَثِيرًا مِّنَ اْلْخُلَطَآءِ لَيَبْغِي بَعْضُهُمْ عَلَى بَعْضٍ ﴾ على مشروعية الشركة بين اثنين وأكثر.
কিছুমান উলামাই ﴿وَإِنَّ كَثِيرًا مِّنَ اْلْخُلَطَآءِ لَيَبْغِي بَعْضُهُمْ عَلَىٰ بَعْضٍ﴾ এই আয়াতৰ দ্বাৰা প্ৰমাণ লৈছে যে, দুজন অথবা দুজনতকৈ অধিক ব্যক্তিৰ মাজত অংশীদাৰিত্ব কৰাটো চৰিয়ত সন্মত।

• ينبغي التزام الأدب في الدخول على أهل الفضل والمكانة.
উচ্চ-পদস্থ বিষয়াৰ লগত সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত শিষ্টাচাৰ অৱলম্বন কৰা অনিবাৰ্য।

 
የይዘት ትርጉም አንቀጽ: (21) ምዕራፍ: ሷድ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት