Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (13) ምዕራፍ: አን-ኒሳዕ
تِلْكَ حُدُوْدُ اللّٰهِ ؕ— وَمَنْ یُّطِعِ اللّٰهَ وَرَسُوْلَهٗ یُدْخِلْهُ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— وَذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟
উপৰোক্ত বিধানসমূহ যিবোৰ এতীম আৰু অন্যান্যসকলৰ বিষয়ে আহিছে, সেয়া আল্লাহৰ চৰীয়তৰ আদেশ, যিটো আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে প্ৰস্তুত কৰিছে, যাতে সিহঁতে ইয়াৰ ওপৰত আমল কৰে। যি ব্যক্তিয়ে আল্লাহৰ আৰু আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দুৰৈত থাকি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, আল্লাহে তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। তাত তেওঁলোক অৱস্থান য’ত তেওঁলোকৰ বাবে মৃত্যু নাই। আল্লাহৰ এই প্ৰতিদানেই হৈছে সেই মহান সফলতা, যাৰ তুলনা আন কোনো সফলতাৰ সৈতে কৰিব নোৱাৰি।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا تقسم الأموال بين الورثة حتى يقضى ما على الميت من دين، ويخرج منها وصيته التي لا يجوز أن تتجاوز ثلث ماله.
ওৱাৰিছসকলৰ মাজত সম্পত্তি বিতৰণ তেতিয়া লৈকে কৰা নহব, যেতিয়া লৈকে মৃতকৰ ঋণ পৰিশোধ কৰা নহয় আৰু তাৰ অছিয়ত পূৰণ কৰা নহয়। আৰু এই অছিয়ত এক তৃতীয়াংশতকৈ অধিক হ'ব নালাগে।

• التحذير من التهاون في قسمة المواريث؛ لأنها عهد الله ووصيته لعباده المؤمنين؛ فلا يجوز تركها أو التهاون فيها.
মিৰাছ বিতৰণ সম্পৰ্কে অৱহেলাৰ পৰা সাৱধান কৰা হৈছে। কিয়নো এইটো আল্লাহৰ প্ৰতিশ্ৰুতি আৰু তেওঁৰ মুমিন বান্দাসকলৰ প্ৰতি এইটো তেওঁৰ উপদেশ। এতেকে ইয়াক পৰিত্যাগ কৰা তথা ইয়াৰ প্ৰতি অৱহেলা কৰা বৈধ নহয়।

• من علامات الإيمان امتثال أوامر الله، وتعظيم نواهيه، والوقوف عند حدوده.
আল্লাহৰ আদেশ পালন কৰা, তেওঁৰ নিষেধাজ্ঞাৰ প্ৰতি সন্মান জনোৱা আৰু তেওঁৰ সীমাৰেখাত অৱস্থান কৰা ঈমানৰ অন্যতম প্ৰতীক।

• من عدل الله تعالى وحكمته أن من أطاعه وعده بأعظم الثواب، ومن عصاه وتعدى حدوده توعده بأعظم العقاب.
এয়া আল্লাহৰ ন্যায় আৰু তেওঁৰ হিকমত যে, তেওঁ নিজৰ অনুসৰণকাৰী সকলৰ বাবে বৰ ডাঙৰ ছোৱাবৰ প্ৰতিশ্ৰুতি দিছে লগতে ইয়াৰ অৱজ্ঞাকাৰী সকলক আৰু সীমালংঘনকাৰী সকলক মহা শাস্তিৰ প্ৰতিশ্ৰুতি দিছে।

 
የይዘት ትርጉም አንቀጽ: (13) ምዕራፍ: አን-ኒሳዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት