የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (166) ምዕራፍ: ሱረቱ አን-ኒሳዕ
لٰكِنِ اللّٰهُ یَشْهَدُ بِمَاۤ اَنْزَلَ اِلَیْكَ اَنْزَلَهٗ بِعِلْمِهٖ ۚ— وَالْمَلٰٓىِٕكَةُ یَشْهَدُوْنَ ؕ— وَكَفٰی بِاللّٰهِ شَهِیْدًا ۟ؕ
হে ৰাছুল! যদিও ইয়াহুদীসকলে আপোনাক অস্বীকাৰ কৰে কিন্তু আপোনাৰ প্ৰতি যি পুথি অৱতীৰ্ণ হৈছে সেইখনক স্বয়ং আল্লাহে সমৰ্থন কৰে। আল্লাহে তাত নিজৰ এনেকুৱা জ্ঞান অৱতীৰ্ণ কৰিছে, যি জ্ঞান সম্পৰ্কে আল্লাহে বান্দাসকলক অৱগত কৰিব বিচাৰে, যেনে- তেওঁ কি কি ভালপায় আৰু পছন্দ কৰে, আৰু কি কি বস্তু তেওঁৰ অপছন্দ আৰু অপ্ৰিয়। আল্লাহৰ লগতে ফিৰিস্তাসকলেও আপোনাৰ চৰীয়তক সমৰ্থন কৰে। এতেকে সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। ইয়াৰ পিছত আন কোনো সাক্ষ্যৰ প্ৰয়োজন নাই।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إثبات النبوة والرسالة في شأن نوح وإبراهيم وغيرِهما مِن ذرياتهما ممن ذكرهم الله وممن لم يذكر أخبارهم لحكمة يعلمها سبحانه.
নূহ, ইব্ৰাহীম তথা তেওঁলোকৰ বংশধৰ সকলক নবুওৱত আৰু ৰিছালত প্ৰদানৰ প্ৰমাণ। তেওঁলোকৰ মাজৰ কিছুমানৰ বৰ্ণনা আল্লাহে কৰিছে, কিন্তু আন কিছুমানৰ বিষয়ে আল্লাহে কিবা বিশেষ কাৰণত বৰ্ণনা কৰা নাই, যিটো কেৱল তেৱেঁই জানে।

• إثبات صفة الكلام لله تعالى على وجه يليق بذاته وجلاله، فقد كلّم الله تعالى نبيه موسى عليه السلام.
আল্লাহে কথা কোৱাৰ প্ৰমাণ, কিন্তু তেওঁ তেনেকৈয়ে কথা কয় যিটো তেওঁৰ উচ্চ আৰু পৱিত্ৰ সত্ত্বাৰ অনুকূল। কিয়নো নিশ্চয় আল্লাহে তেওঁৰ নবী মূছাৰ লগত প্ৰত্যক্ষভাৱে কথা কৈছে।

• تسلية النبي محمد عليه الصلاة والسلام ببيان أن الله تعالى يشهد على صدق دعواه في كونه نبيًّا، وكذلك تشهد الملائكة.
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এই কথাৰ দ্বাৰা সান্তনা প্ৰদান কৰিছে যে, স্বয়ং আল্লাহে নিজেই তেওঁৰ নবুওৱতৰ সত্যতা প্ৰদান কৰি সাক্ষ্য দিছে। এইদৰে ফিৰিস্তাসকলেও সাক্ষ্য প্ৰদান কৰিছে।

 
የይዘት ትርጉም አንቀጽ: (166) ምዕራፍ: ሱረቱ አን-ኒሳዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት