የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
55 : 4

فَمِنْهُمْ مَّنْ اٰمَنَ بِهٖ وَمِنْهُمْ مَّنْ صَدَّ عَنْهُ ؕ— وَكَفٰی بِجَهَنَّمَ سَعِیْرًا ۟

আহলে কিতাবসকলৰ কিছুমানে ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ বংশধৰ নবীসকলৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু কিছুমানে ঈমানৰ পৰা আঁতৰি গৈছে। আৰু আজিও সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ লগতো সেই আচৰণেই কৰি আছে। সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে জাহান্নামৰ শাস্তিয়েই যথেষ্ট। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من أعظم أسباب كفر أهل الكتاب حسدهم المؤمنين على ما أنعم الله به عليهم من النبوة والتمكين في الأرض.
আহলে কিতাবে কুফৰী কৰাৰ এটা ডাঙৰ কাৰণ এই যে, সিহঁতে মুমিনসকলৰ লগত এই কাৰণে ঈৰ্ষা পোষণ কৰে যে, আল্লাহে তেওঁলোকক নবুওৱত আৰু পৃথিৱীত ৰাজত্ব প্ৰদান কৰিছে। info

• الأمر بمكارم الأخلاق من المحافظة على الأمانات، والحكم بالعدل.
উত্তম ব্যৱহাৰৰ আদেশ প্ৰদান কৰা হৈছে, যেনে- আমানত ৰক্ষা কৰা আৰু ন্যায়ৰ সৈতে ফয়চালা কৰা। info

• وجوب طاعة ولاة الأمر ما لم يأمروا بمعصية، والرجوع عند التنازع إلى حكم الله ورسوله صلى الله عليه وسلم تحقيقًا لمعنى الإيمان.
গুনাহৰ আদেশ নিদিয়ালৈকে শাসকসকলৰ আদেশ পালন কৰা জৰুৰী। তথা মতানৈক্যৰ সময়ত আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিধানৰ ফালে প্ৰত্যাৱৰ্তন কৰা অনিবাৰ্য, যাতে ঈমানৰ দাবী পূৰণ হয়। info