የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
71 : 4

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا خُذُوْا حِذْرَكُمْ فَانْفِرُوْا ثُبَاتٍ اَوِ انْفِرُوْا جَمِیْعًا ۟

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! নিজৰ শত্ৰুসকলৰ পৰা সাৱধানতা অৱলম্বন কৰি সিহঁতৰ লগত যুদ্ধ কৰিবলৈ অস্ত্ৰ প্ৰস্তুত ৰাখিবা। লগতে দলে দলে ওলাই আহা অথবা সকলো একেলগে ওলাই আহা। এই সকলোবোৰ নিজৰ স্বাৰ্থ আৰু শত্ৰুক পৰাজিত কৰাৰ উপায়সমূহ সন্মুখত ৰাখি কৰা উচিত। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فعل الطاعات من أهم أسباب الثبات على الدين.
সৎকৰ্ম কৰা দ্বীনৰ ওপৰত অবিচল থকাৰ অন্যতম উপায়। info

• أخذ الحيطة والحذر باتخاذ جميع الأسباب المعينة على قتال العدو، لا بالقعود والتخاذل.
সাৱধান আৰু সচেতন থকাৰ অৰ্থ হৈছে, শত্ৰুৰ লগত যুদ্ধ কৰাৰ আহিলা প্ৰস্তুত কৰি ৰখা। যুদ্ধৰ পৰা আঁতৰি থকা বা পলায়ন কৰা নহয়। info

• الحذر من التباطؤ عن الجهاد وتثبيط الناس عنه؛ لأن الجهاد أعظم أسباب عزة المسلمين ومنع تسلط العدو عليهم.
জিহাদৰ পৰা পিছুৱাই থকা আৰু মানুহক ইয়াৰ পৰা বাধা প্ৰদানৰ প্ৰবৃত্তিৰ পৰা সাৱধান কৰা। কিয়নো জিহাদ মুছলিমৰ সন্মান প্ৰতিষ্ঠা আৰু শত্ৰুৰ শক্তি দমনৰ ডাঙৰ উপায়। info