የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
73 : 4

وَلَىِٕنْ اَصَابَكُمْ فَضْلٌ مِّنَ اللّٰهِ لَیَقُوْلَنَّ كَاَنْ لَّمْ تَكُنْ بَیْنَكُمْ وَبَیْنَهٗ مَوَدَّةٌ یّٰلَیْتَنِیْ كُنْتُ مَعَهُمْ فَاَفُوْزَ فَوْزًا عَظِیْمًا ۟

হে মুছলিমসকল! যদি তোমালোকে বিজয় অথবা যুদ্ধলব্ধ সম্পদ হিচাপে আল্লাহৰ অনুগ্ৰহ লাভ কৰা, তেন্তে যুদ্ধৰ পৰা আঁতৰি থকা এই ব্যক্তিয়েই কব, যদি ময়ো এওঁলোকৰ লগত যুদ্ধত অংশগ্ৰহণ কৰিলোহেঁতেন তেন্তে ময়ো এওঁলোকৰ দৰে বৰ ডাঙৰ সফলতা অৰ্জন কৰিলোহেঁতেন। তাৰ এই ব্যৱহাৰে এইটো প্ৰকাশ কৰে যেনিবা সি তোমালোকৰ অন্তৰ্ভুক্তই নাছিল তথা তাৰ আৰু তোমালোকৰ মাজত কোনো সম্পৰ্কই নাছিল। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• فعل الطاعات من أهم أسباب الثبات على الدين.
সৎকৰ্ম কৰা দ্বীনৰ ওপৰত অবিচল থকাৰ অন্যতম উপায়। info

• أخذ الحيطة والحذر باتخاذ جميع الأسباب المعينة على قتال العدو، لا بالقعود والتخاذل.
সাৱধান আৰু সচেতন থকাৰ অৰ্থ হৈছে, শত্ৰুৰ লগত যুদ্ধ কৰাৰ আহিলা প্ৰস্তুত কৰি ৰখা। যুদ্ধৰ পৰা আঁতৰি থকা বা পলায়ন কৰা নহয়। info

• الحذر من التباطؤ عن الجهاد وتثبيط الناس عنه؛ لأن الجهاد أعظم أسباب عزة المسلمين ومنع تسلط العدو عليهم.
জিহাদৰ পৰা পিছুৱাই থকা আৰু মানুহক ইয়াৰ পৰা বাধা প্ৰদানৰ প্ৰবৃত্তিৰ পৰা সাৱধান কৰা। কিয়নো জিহাদ মুছলিমৰ সন্মান প্ৰতিষ্ঠা আৰু শত্ৰুৰ শক্তি দমনৰ ডাঙৰ উপায়। info