Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (89) ምዕራፍ: አን-ኒሳዕ
وَدُّوْا لَوْ تَكْفُرُوْنَ كَمَا كَفَرُوْا فَتَكُوْنُوْنَ سَوَآءً فَلَا تَتَّخِذُوْا مِنْهُمْ اَوْلِیَآءَ حَتّٰی یُهَاجِرُوْا فِیْ سَبِیْلِ اللّٰهِ ؕ— فَاِنْ تَوَلَّوْا فَخُذُوْهُمْ وَاقْتُلُوْهُمْ حَیْثُ وَجَدْتُّمُوْهُمْ ۪— وَلَا تَتَّخِذُوْا مِنْهُمْ وَلِیًّا وَّلَا نَصِیْرًا ۟ۙ
মুনাফিকসকলে কামনা কৰে যে, তোমালোকেও সিহঁতৰ দৰে সেইটোক অস্বীকাৰ কৰা যিটো তোমালোকৰ প্ৰতি অৱতীৰ্ণ হৈছে। যাতে কুফৰৰ ক্ষেত্ৰত তোমালোক সমান হোৱা। সিহঁতৰ এই শত্ৰুতাৰ কাৰণে সিহঁতক বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যেতিয়া লৈকে সিহঁতে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে শ্বিৰ্কৰ নগৰৰ পৰা ইছলাম নগৰলৈ হিজৰত নকৰিব, যাতে সিহঁতৰ ঈমানৰ প্ৰমাণ পোৱা যায়। যদি সিহঁতে এইটো নকৰে আৰু নিজৰ স্থিতিত অটল থাকে তেন্তে সিহঁতক গ্ৰেপ্তাৰ কৰা আৰু য’তে পোৱা ত’তে হত্যা কৰা। আৰু সিহঁতৰ মাজৰ কাকো চোৱা চিতা কৰাৰ বাবে সংৰক্ষক নবনাবা লগতে শত্ৰুৰ বিৰুদ্ধে সহায়কাৰী হিচাপেও গ্ৰহণ নকৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خفاء حال بعض المنافقين أوقع الخلاف بين المؤمنين في حكم التعامل معهم.
কিছুমান মুনাফিকৰ স্থিতি স্পষ্ট নোহোৱাৰ কাৰণে সিহঁতৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত, এই বিষয়ে মুমিনসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল।

• بيان كيفية التعامل مع المنافقين بحسب أحوالهم ومقتضى المصلحة معهم.
পৰিস্থিতি আৰু অৱস্থা অনুসাৰে মুনাফিকসকলৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা উচিত তাৰ বৰ্ণনা।

• عدل الإسلام في الكف عمَّن لم تقع منه أذية متعدية من المنافقين.
যিসকল মুনাফিকে মুছলিমসকলক কষ্ট নিদিয়ে সিহঁতৰ ক্ষেত্ৰত ইছলামৰ ন্যায়পূৰ্ণ ব্যৱহাৰৰ বৰ্ণনা।

• يكشف الجهاد في سبيل الله أهل النفاق بسبب تخلفهم عنه وتكلُّف أعذارهم.
আল্লাহৰ পথৰ জিহাদে মুনাফিকসকলৰ মুখা খুলি দিয়ে। কিয়নো সিহঁতে ইয়াৰ পৰা পিছুৱাই থাকে আৰু বাহানা বনায়।

 
የይዘት ትርጉም አንቀጽ: (89) ምዕራፍ: አን-ኒሳዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት