Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (96) ምዕራፍ: አን-ኒሳዕ
دَرَجٰتٍ مِّنْهُ وَمَغْفِرَةً وَّرَحْمَةً ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠
এই ছোৱাবৰ কেইবাটাও শ্ৰেণী আছে। লগতে তেওঁলোকৰ বাবে আছে গুনাহৰ পৰা মাৰ্জনা আৰু আল্লাহৰ দয়া। নিশ্চয় আল্লাহ বান্দাৰ প্ৰতি ক্ষমাশীল আৰু অতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فضل الجهاد في سبيل الله وعظم أجر المجاهدين، وأن الله وعدهم منازل عالية في الجنة لا يبلغها غيرهم.
আল্লাহৰ পথত জিহাদ কৰাৰ ফজিলত আৰু মুজাহিদসকলৰ মহান প্ৰতিদান। আল্লাহে তেওঁলোকৰ বাবে জান্নাতত এনেকুৱা উচ্চ স্থানৰ প্ৰতিশ্ৰুতি দিছে যিটো আন কোনেও নাপাব।

• أصحاب الأعذار يسقط عنهم فرض الجهاد مع ما لهم من أجر إن حسنت نيتهم.
উচিত কাৰণবশতঃ যিসকলে জিহাদত চামিল হব নোৱাৰে তেওঁলোকৰ ওপৰত জিহাদ অনিবাৰ্য নহয়। লগতে যদি তেওঁলোকৰ নিয়ত ঠিক থাকে তেন্তে তেওঁলোকেও ছোৱাব পাব।

• فضل الهجرة إلى بلاد الإسلام، ووجوبها على القادر إن كان يخشى على دينه في بلده.
ইছলামী ৰাষ্ট্ৰলৈ হিজৰত কৰাৰ ফজিলত। নিজ দেশত যদি দ্বীন পালন কৰাত আশংকা হয় তেন্তে সামৰ্থৱান ব্যক্তিৰ ওপৰত হিজৰত কৰা অনিবাৰ্য।

• مشروعية قصر الصلاة في حال السفر.
ভ্ৰমণ অৱস্থাত ছালাত কচৰ কৰাৰ বৈধতা।

 
የይዘት ትርጉም አንቀጽ: (96) ምዕራፍ: አን-ኒሳዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት