የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (6) ምዕራፍ: ሱረቱ አል ጃሲያህ
تِلْكَ اٰیٰتُ اللّٰهِ نَتْلُوْهَا عَلَیْكَ بِالْحَقِّ ۚ— فَبِاَیِّ حَدِیْثٍ بَعْدَ اللّٰهِ وَاٰیٰتِهٖ یُؤْمِنُوْنَ ۟
হে ৰাছুল! এইবোৰ আয়াত আৰু প্ৰমাণাদি আমি আপোনাৰ ওচৰত সত্য সহকাৰে পাঠ কৰি আছোঁ। এতেকে এতিয়া যদি সিহঁতে আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি অৱতীৰ্ণ কৰা এই বাণীৰ ওপৰত আৰু প্ৰমাণ আদিৰ ওপৰত ঈমান পোষণ নকৰে তেন্তে সিহঁতে ইয়াৰ পিছত কোনটো বাণী আৰু প্ৰমাণৰ ওপৰত ঈমান আনিব?
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكذب والإصرار على الذنب والكبر والاستهزاء بآيات الله: صفات أهل الضلال، وقد توعد الله المتصف بها.
মিছা কথা কোৱা, গুনাহৰ ওপৰত অটল থকা, অহংকাৰ কৰা আৰু আল্লাহৰ আয়াতসমূহক উপহাসৰ পাত্ৰ বনোৱা আদি হৈছে পথভ্ৰষ্ট লোকৰ বৈশিষ্ট্য। এনেকুৱা স্বভাৱৰ লোকসকলক আল্লাহে সতৰ্কবাণী প্ৰদান কৰিছে।

• نعم الله على عباده كثيرة، ومنها تسخير ما في الكون لهم.
বান্দাসকলৰ ওপৰত আল্লাহৰ অসংখ্য নিয়ামত আছে। তাৰে অন্যতম হৈছে, তেওঁ বিশ্বজগতৰ সকলো বস্তুক সিহঁতৰ কৰ্মত নিয়োজিত কৰি ৰাখিছে।

• النعم تقتضي من العباد شكر المعبود الذي منحهم إياها.
নিয়ামতবোৰৰ দাবী হৈছে, বান্দাই উপাস্যৰ সেইবোৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, যিবোৰ তেওঁ সিহঁতক প্ৰদান কৰিছে।

 
የይዘት ትርጉም አንቀጽ: (6) ምዕራፍ: ሱረቱ አል ጃሲያህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት