Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (2) ምዕራፍ: አል ሑጅራት
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَرْفَعُوْۤا اَصْوَاتَكُمْ فَوْقَ صَوْتِ النَّبِیِّ وَلَا تَجْهَرُوْا لَهٗ بِالْقَوْلِ كَجَهْرِ بَعْضِكُمْ لِبَعْضٍ اَنْ تَحْبَطَ اَعْمَالُكُمْ وَاَنْتُمْ لَا تَشْعُرُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! ৰাছুলৰ লগত উত্তম শিষ্টাচাৰৰ সৈতে ব্যৱহাৰ কৰা। তথা নবীৰ সৈতে কথা কোৱাৰ সময়ত নবীৰ সুৰতকৈ তোমালোকৰ সুৰ যাতে উচ্চ নহয়, তাৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিবা। লগতে তেওঁক নাম ধৰি নামাতিবা, যিদৰে তোমালোকে ইজনে সিজনক মাতা। বৰং বিনম্ৰতাৰ সৈতে তেওঁক হে নবী আৰু হে ৰাছুল বুলি মাতিবা। ইয়াৰ কাৰণে তোমালোকৰ অজানিতে তোমালোকৰ আমলৰ ছোৱাব যাতে অথলে নাযায় সেইটোলৈ ভয় কৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تشرع الرحمة مع المؤمن، والشدة مع الكافر المحارب.
মুমিনসকলে ইজনে সিজনৰ প্ৰতি বিনম্ৰ হোৱা উচিত, পক্ষান্তৰে যুদ্ধ কৰা কাফিৰসকলৰ প্ৰতি কঠোৰ হোৱা উচিত।

• التماسك والتعاون من أخلاق أصحابه صلى الله عليه وسلم.
ইজনে সিজনৰ লগত সম্পৰ্ক স্থাপন কৰা, লগতে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰা ইত্যাদি হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলৰ উত্তম চৰিত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংশ।

• من يجد في قلبه كرهًا للصحابة الكرام يُخْشى عليه من الكفر.
চাহাবাসকলৰ প্ৰতি যাৰ অন্তৰত ঘৃণা আছে, সেই ব্যক্তিৰ বিষয়ে কুফৰৰ আশংকা আছে।

• وجوب التأدب مع رسول الله صلى الله عليه وسلم، ومع سُنَّته، ومع ورثته (العلماء).
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আৰু তেওঁৰ ছুন্নতৰ সৈতে, লগতে তেওঁৰ উত্তৰাধিকাৰী অৰ্থাৎ আলিম-উলামাৰ সৈতে ভাল ব্যৱহাৰ কৰা অনিবাৰ্য।

 
የይዘት ትርጉም አንቀጽ: (2) ምዕራፍ: አል ሑጅራት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት