Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (106) ምዕራፍ: አል-ማኢዳህ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا شَهَادَةُ بَیْنِكُمْ اِذَا حَضَرَ اَحَدَكُمُ الْمَوْتُ حِیْنَ الْوَصِیَّةِ اثْنٰنِ ذَوَا عَدْلٍ مِّنْكُمْ اَوْ اٰخَرٰنِ مِنْ غَیْرِكُمْ اِنْ اَنْتُمْ ضَرَبْتُمْ فِی الْاَرْضِ فَاَصَابَتْكُمْ مُّصِیْبَةُ الْمَوْتِ ؕ— تَحْبِسُوْنَهُمَا مِنْ بَعْدِ الصَّلٰوةِ فَیُقْسِمٰنِ بِاللّٰهِ اِنِ ارْتَبْتُمْ لَا نَشْتَرِیْ بِهٖ ثَمَنًا وَّلَوْ كَانَ ذَا قُرْبٰی ۙ— وَلَا نَكْتُمُ شَهَادَةَ ۙ— اللّٰهِ اِنَّاۤ اِذًا لَّمِنَ الْاٰثِمِیْنَ ۟
হে মুমিনসকল! ভ্ৰমণ অৱস্থাত যতি তোমালোকৰ কাৰোবাৰ মৃত্যু সন্নিকট হয়, আৰু মৃত্যু প্ৰভাৱ প্ৰকট হয়, আৰু তেওঁ যদি অছীয়ত কৰিব বিচাৰে, এনে অৱস্থাত তেওঁ দুজন ন্যায়পৰায়ণ মুছলিমক সাক্ষী কৰা উচিত। আনহাতে যদি কোনো মুছলিম নাথাকে তেন্তে দুজন কাফিৰকেই যেন সাক্ষী কৰি লয়। এতেকে সিহঁতৰ সাক্ষীত যদি তোমালোকৰ সন্দেহ হয় তেন্তে কোনো এক ছালাতৰ পিছত সিহঁতক থিয় কৰাই দিয়া, তেতিয়া সিহঁতে শপত খাই ক'ব যে, আমি আমাৰ শপতৰ বিনিময়ত কোনো ধৰণৰ মূল্য গ্ৰহণ নকৰিম। লগতে কোনো আত্মীয়ৰ পক্ষপাতীও নহম। লগতে আল্লাহৰ বাবে দিয়া কোনো সাক্ষীও গোপন নকৰিম। এতেকে যদি আমি এনেকুৱা কিবা কৰো তেন্তে আমি পাপিষ্ঠ গুনাহগাৰ সকলৰ অন্তৰ্ভুক্ত হৈ যাম।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إذا ألزم العبد نفسه بطاعة الله، وأمر بالمعروف ونهى عن المنكر بحسب طاقته، فلا يضره بعد ذلك ضلال أحد، ولن يُسْأل عن غيره من الناس، وخاصة أهل الضلال منهم.
যেতিয়া বান্দা আল্লাহৰ আনুগত্যক প্ৰধান্য দিব, সামৰ্থ অনুযায়ী সত্কৰ্মৰ আদেশ দিব আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰিব, ইয়াৰ পিছত কাৰোবাৰ পথভ্ৰষ্টতাই তাক একো ক্ষতি কৰিব নোৱাৰে, আৰু তেওঁক আনৰ বিষয়ে সোধ-পোচও কৰা নহ'ব। বিশেষকৈ সেই সকল লোকৰ বিষয়ে যিসকল পথভ্ৰষ্ট হৈছে।

• الترغيب في كتابة الوصية، مع صيانتها بإشهاد العدول عليها.
অছীয়ত লিখাৰ প্ৰেৰণা দিয়া তথা ন্যায়পৰায়ণ সাক্ষীৰ দ্বাৰা সেয়া সুৰক্ষা কৰা।

• بيان الصورة الشرعية لسؤال الشهود عن الوصية.
সাক্ষীসকলক অছীয়ত সম্পৰ্কীয় প্ৰশ্ন কৰাৰ ইছলামী পদ্ধতিৰ বৰ্ণনা।

 
የይዘት ትርጉም አንቀጽ: (106) ምዕራፍ: አል-ማኢዳህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት