የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (29) ምዕራፍ: ሱረቱ አል-ማኢዳህ
اِنِّیْۤ اُرِیْدُ اَنْ تَبُوَْاَ بِاِثْمِیْ وَاِثْمِكَ فَتَكُوْنَ مِنْ اَصْحٰبِ النَّارِ ۚ— وَذٰلِكَ جَزٰٓؤُا الظّٰلِمِیْنَ ۟ۚ
হাবীলে কাবিলক ভয় দেখুৱাই কলেঃ মই বিচাৰো তুমি তোমাৰ পূৰ্বৱৰ্তী পাপসমূহৰ লগতে মোক অন্যায়ভাৱে কৰা হত্যাৰ গুনাহো লগত লৈ প্ৰত্যাৱৰ্তন কৰাগৈ। আৰু সেই সকল জাহান্নামীৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ক্বিয়ামতৰ দিনা প্ৰৱেশ কৰিব। অন্যায়কাৰী সকলৰ এইটোৱেই প্ৰতিদান, আৰু মই তোমাক হত্যা কৰি সেই সকলৰ অন্তৰ্ভুক্ত হ'ব নিবিচাৰো।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مخالفة الرسل توجب العقاب، كما وقع لبني إسرائيل؛ إذ عاقبهم الله تعالى بالتِّيه.
ৰাছুলৰ বিৰুদ্ধাচাৰণৰ ফলত আল্লাহৰ শাস্তি অৱধাৰিত হয়। যিদৰে বনী ইছৰাঈলৰ লগত হৈছিল, যেতিয়া আল্লাহে সিহঁতক তীহ ময়দামত বিচৰণৰ শাস্তি দিছিল।

• قصة ابني آدم ظاهرها أن أول ذنب وقع في الأرض - في ظاهر القرآن - هو الحسد والبغي، والذي أدى به للظلم وسفك الدم الحرام الموجب للخسران.
আদম আলাইহিছ ছালামৰ দুয়ো পুত্ৰৰ ঘটনাৰ দ্বাৰা এইটো বুজা গল যে, পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম যিটো পাপ হৈছিল সেয়া হৈছে বিদ্বেষ তথা অন্যায়। এতেকে যিয়ে অন্যায় কৰিব আৰু অন্যায়ভাৱে ৰক্তপাত কৰিব, সি নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত।

• الندامة عاقبة مرتكبي المعاصي.
পাপীৰ শাস্তি হৈছে অনুতাপ।

• أن من سَنَّ سُنَّة قبيحة أو أشاع قبيحًا وشجَّع عليه، فإن له مثل سيئات من اتبعه على ذلك.
যিয়ে কোনো পাপ কৰ্মৰ প্ৰৱৰ্তন ঘটাব অথবা তাৰ প্ৰেৰণা দিব, সিও সিমানেই অংশীদাৰ হ'ব যিসকলে ইয়াৰ ওপৰত আমল কৰিব।

 
የይዘት ትርጉም አንቀጽ: (29) ምዕራፍ: ሱረቱ አል-ማኢዳህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት