የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
69 : 5

اِنَّ الَّذِیْنَ اٰمَنُوْا وَالَّذِیْنَ هَادُوْا وَالصّٰبِـُٔوْنَ وَالنَّصٰرٰی مَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَعَمِلَ صَالِحًا فَلَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟

মুমিনসকল, ইয়াহুদীসকল তথা ছাবেয়ীসকল (কোনোবা এজন নবীৰ উম্মত) আৰু খৃষ্টানসকল, এওঁলোকৰ মাজৰ যিসকলে আল্লাহ তথা অন্তিম দিনৰ প্ৰতি ঈমান পোষণ কৰিব আৰু সত্কৰ্ম কৰিব, এনেকুৱা লোকে কোনো চিন্তাৰ সন্মুখীন নহ'ব, আৰু এওঁলোকে পৃথিৱীৰ কোনো বস্তু নোপোৱাৰ বাবেও দুখ কৰিব। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• العمل بما أنزل الله تعالى سبب لتكفير السيئات ودخول الجنة وسعة الأرزاق.
আল্লাহৰ বিধান অনুসাৰে আমল কৰা হৈছে গুনাহ ক্ষমা হোৱাৰ কাৰণ লগতে জান্নাতত প্ৰৱেশ কৰাৰ আৰু জীৱিকা প্ৰশস্ত হোৱাৰ মাধ্যম। info

• توجيه الدعاة إلى أن التبليغ المُعتَدَّ به والمُبْرِئ للذمة هو ما كان كاملًا غير منقوص، وفي ضوء ما ورد به الوحي.
আল্লাহৰ প্ৰতি আহ্বায়ক সকলক নিৰ্দেশ দিয়া হৈছে যে, যদি তেওঁলোকৰ ধৰ্ম প্ৰচাৰ সম্পূৰ্ণৰূপে নহয় তথা অহী অনুসাৰে নহয় তেন্তে সিহঁতৰ দায়িত্ব পূৰণ নহ'ব। info

• لا يُعْتد بأي معتقد ما لم يُقِمْ صاحبه دليلًا على أنه من عند الله تعالى.
কোনো আক্বীদাই সেই সময় পৰ্যন্ত নিৰ্ভৰযোগ্য নহয়, যেতিয়া লৈকে এইটো প্ৰমাণিত নহ'ব যে, সেয়া আল্লাহৰ তৰফৰ পৰা আহিছে। info