የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (86) ምዕራፍ: ሱረቱ አል-ማኢዳህ
وَالَّذِیْنَ كَفَرُوْا وَكَذَّبُوْا بِاٰیٰتِنَاۤ اُولٰٓىِٕكَ اَصْحٰبُ الْجَحِیْمِ ۟۠
আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফৰী কৰিছে, তথা আল্লাহৰ সেইসমূহ নিদৰ্শনক অস্বীকাৰ কৰিছে, যিবোৰ আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে। এইসকল লোকেই প্ৰজ্জ্বলিত জুইৰ অধিবাসী। তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الأمر بتوخي الطيب من الأرزاق وترك الخبيث.
পৱিত্ৰ জীৱিকা অনুসন্ধান কৰিবলৈ তথা অপৱিত্ৰ জীৱিকা ত্যাগ কৰাৰ আদেশ দিয়া হৈছে।

• عدم المؤاخذة على الحلف عن غير عزم للقلب، والمؤاخذة على ما كان عن عزم القلب ليفعلنّ أو لا يفعلنّ.
আন্তৰিক সংকল্পৰে যি শপত খোৱা নহয়, সেই শপতৰ হিচাপ লোৱা নহ'ব। আনহাতে যিটো জানি বুজি সংকল্প সহকাৰে খোৱা হয়, সেই শপত হিচাপ হ'ব।

• بيان أن كفارة اليمين: إطعام عشرة مساكين، أو كسوتهم، أو عتق رقبة مؤمنة، فإذا لم يستطع المكفِّر عن يمينه الإتيان بواحد من الأمور السابقة، فليكفِّر عن يمينه بصيام ثلاثة أيام.
শপত ভঙ্গ কৰিলে তাৰ কাফ্ফাৰা হৈছেঃ দহ জন মিছকিনক ভোজন কৰোৱা, অথবা সিহঁতক কাপোৰ দান কৰা নাইবা এজন মুমিন দাস মুক্ত কৰা। প্ৰায়শ্চিতকাৰীয়ে যদি এইবোৰ কৰিব নোৱাৰে তেন্তে তিনি দিন চওঁম পালন কৰিব লাগিব।

• قوله تعالى: ﴿... إنَّمَا الْخَمْرُ ...﴾ هي آخر آية نزلت في الخمر، وهي نص في تحريمه.
ইন্নামাল খামৰু... এই আয়াতটো মাদক দ্ৰৱ্য সম্পৰ্কীয় সৰ্বশেষ আয়াত, তথা এই আয়াতে মাদক দ্ৰৱ্য যে নিষিদ্ধ সেয়া স্পষ্ট কৰিছে।

 
የይዘት ትርጉም አንቀጽ: (86) ምዕራፍ: ሱረቱ አል-ማኢዳህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት