የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
92 : 5

وَاَطِیْعُوا اللّٰهَ وَاَطِیْعُوا الرَّسُوْلَ وَاحْذَرُوْا ۚ— فَاِنْ تَوَلَّیْتُمْ فَاعْلَمُوْۤا اَنَّمَا عَلٰی رَسُوْلِنَا الْبَلٰغُ الْمُبِیْنُ ۟

চৰীয়তৰ বিধি-বিধান পালন কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। লগতে তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা, আৰু বিৰুদ্ধাচৰণ নকৰিবা। যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা! আমাৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো আল্লাহে তেওঁক পৌঁচাবলৈ আদেশ কৰিছে। আৰু এই দায়িত্ব তেখেতে পৰিপূৰ্ণৰূপে পালন কৰিছে। যদি তোমালোক হিদায়ত প্ৰাপ্ত হোৱা তেন্তে এয়া তোমালোকৰ বাবেই কল্যাণকৰ। আনহাতে যদি বেয়া কৰ্ম কৰা তেন্তে তোমালোকৰেই ক্ষতি। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• عدم مؤاخذة الشخص بما لم يُحَرَّم أو لم يبلغه تحريمه.
যিটো বস্তু হাৰাম নহয় অথবা হাৰাম বুলি জনা নাথাকিলে, তাক সেই বিষয়ে সোধ-পোচ কৰা নহ'ব। info

• تحريم الصيد على المحرم بالحج أو العمرة، وبيان كفارة قتله.
হজ্জ তথা উমৰাৰ এহৰামত থকা ব্যক্তিৰ বাবে চিকাৰ কৰা হাৰাম। এই অৱস্থাত চিকাৰ কৰিলে কাফফাৰা আদায় দিব লাগিব। info

• من حكمة الله عز وجل في التحريم: ابتلاء عباده، وتمحيصهم، وفي الكفارة: الردع والزجر.
আল্লাহ তাআলাই কোনো বস্তু হাৰাম কৰাৰ এটা অন্যতম কাৰণ হৈছে, বান্দাক পৰীক্ষা কৰা। আনহাতে প্ৰায়শ্চিতৰ এটা হিকমত হৈছে,(বান্দাক ) বিৰত ৰখা তথা সাৱধান কৰা। info