Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (3) ምዕራፍ: ቃፍ
ءَاِذَا مِتْنَا وَكُنَّا تُرَابًا ۚ— ذٰلِكَ رَجْعٌ بَعِیْدٌ ۟
যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ’ম, তাৰ পিছতো আমাক জীৱিত কৰা হ’ব নেকি? আমাৰ শৰীৰ মাটিত গেলি পচি যোৱাৰ পিছত পুনৰ তাত জীৱন প্ৰদান কৰা তথা পুনৰুত্থিত হোৱা বিষয়টো অসম্ভৱ কথা। এইটো কেতিয়াও সম্ভৱ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المشركون يستعظمون النبوة على البشر، ويمنحون صفة الألوهية للحجر!
মুশ্বৰিকসকলে মানুহৰ প্ৰতি নবুওৱতক বিশ্বাস নকৰে, পক্ষান্তৰে শিলকো প্ৰভু বুলি উপাসনা কৰে।

• خلق السماوات، وخلق الأرض، وإنزال المطر، وإنبات الأرض القاحلة، والخلق الأول: كلها أدلة على البعث.
আকাশমণ্ডলৰ সৃষ্টি, পৃথিৱীৰ সৃষ্টি, বৰষুণ, মৃত ভূমি জীৱিত কৰা, প্ৰথম সৃষ্টি আদি গোটেইবোৰ হৈছে আখিৰাতৰ পুনৰ্জনমৰ স্পষ্ট প্ৰমাণ।

• التكذيب بالرسل عادة الأمم السابقة، وعقاب المكذبين سُنَّة إلهية.
ৰাছুলসকলক অস্বীকাৰ কৰাটো পূৰ্বৱৰ্তী উম্মতবোৰৰ স্বভাৱত পৰিণত হৈছিল। আনহাতে অস্বীকাৰকাৰীসকলক শাস্তি বিহাটো হৈছে আল্লাহৰ নীতি।

 
የይዘት ትርጉም አንቀጽ: (3) ምዕራፍ: ቃፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት