የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 54

وَّفَجَّرْنَا الْاَرْضَ عُیُوْنًا فَالْتَقَی الْمَآءُ عَلٰۤی اَمْرٍ قَدْ قُدِرَ ۟ۚ

আৰু আমি পৃথিৱীক বিদীৰ্ণ কৰিলোঁ, ফলত ই ঝর্নালৈ ৰূপান্তৰিত হ’ল আৰু তাৰ পৰা পানী প্রবাহিত হ’বলৈ ধৰিলে। ইয়াৰ পিছত পূৰ্ব নির্ধাৰিত আল্লাহৰ ফয়চালা অনুযায়ী আকাশৰ পৰা বর্ষিত পানীয়ে পৃথিৱীৰ পানীৰ সৈতে মিশ্ৰিত হৈ সকলোকে ডুবাই মাৰিলে, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে সুৰক্ষা প্ৰদান কৰিছিল। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• مشروعية الدعاء على الكافر المصرّ على كفره.
কুফৰীৰ ওপৰত অবিচল থকা কাফিৰৰ প্ৰতি বদ দু‘আ কৰা বৈধ। info

• إهلاك المكذبين وإنجاء المؤمنين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰা আল্লাহৰ অমিয় নিয়ম। info

• تيسير القرآن للحفظ وللتذكر والاتعاظ.
মুখস্থ কৰিবলৈ, শিক্ষা আৰু উপদেশ গ্ৰহণ কৰিবলৈ কোৰআনক অতি সহজ কৰি দিয়া হৈছে। info