የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
8 : 57

وَمَا لَكُمْ لَا تُؤْمِنُوْنَ بِاللّٰهِ ۚ— وَالرَّسُوْلُ یَدْعُوْكُمْ لِتُؤْمِنُوْا بِرَبِّكُمْ وَقَدْ اَخَذَ مِیْثَاقَكُمْ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟

আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে?! অথচ ৰাছুলে তোমালোকক এই আশাত আল্লাহৰ প্ৰতি আহ্বান কৰি আছে, যাতে তোমালোকে নিজ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰা। প্ৰকৃততে আল্লাহে তোমালোকৰ পৰা সেই সময়ত অঙ্গীকাৰ লৈছে, যেতিয়া তোমালোকক তোমালোকৰ পিতৃৰ পিঠিৰ পৰা উলিয়াই আনা হৈছিল, যে তোমালোকে যদি প্ৰকৃত মুমিন হোৱা তেন্তে তেওঁৰ ওপৰত ঈমান পোষণ কৰিবা। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• المال مال الله، والإنسان مُسْتَخْلَف فيه.
সম্পদ হৈছে আল্লাহৰ। মানুহ হৈছে কেৱল ইয়াৰ উত্তৰাধিকাৰী। info

• تفاوت درجات المؤمنين بحسب السبق إلى الإيمان وأعمال البر.
ঈমান আৰু সৎকৰ্মৰ প্ৰতি অগ্ৰসৰ অনুসৰি মুমিনসকলৰ স্তৰসমূহৰ মাজত ব্যৱধান আছে। info

• الإنفاق في سبيل الله سبب في بركة المال ونمائه.
আল্লাহৰ পথত ব্যয় কৰিলে সম্পদ বৃদ্ধি পায় তথা বৰকত হয়। info