የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
9 : 57

هُوَ الَّذِیْ یُنَزِّلُ عَلٰی عَبْدِهٖۤ اٰیٰتٍۢ بَیِّنٰتٍ لِّیُخْرِجَكُمْ مِّنَ الظُّلُمٰتِ اِلَی النُّوْرِ ؕ— وَاِنَّ اللّٰهَ بِكُمْ لَرَءُوْفٌ رَّحِیْمٌ ۟

তেৱেঁই আল্লাহ যিজনে তেওঁৰ বান্দাহ মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ ওপৰত সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছে। যাতে তেওঁ তোমালোকক কুফৰী আৰু অজ্ঞতাৰ অন্ধকাৰৰ পৰা ঈমান আৰু জ্ঞানৰ পোহৰৰ ফালে উলিয়াই আনিব পাৰে। নিশ্চয় আল্লাহ তোমালোকৰ ওপৰত দয়াৱান তথা কৰুণাশীল। কিয়নো, তেওঁ তোমালোকৰ ওচৰলৈ পথপ্ৰদৰ্শক আৰু সুসংবাদদাতা হিচাপে তেওঁৰ নবীক প্রেৰণ কৰিছে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• المال مال الله، والإنسان مُسْتَخْلَف فيه.
সম্পদ হৈছে আল্লাহৰ। মানুহ হৈছে কেৱল ইয়াৰ উত্তৰাধিকাৰী। info

• تفاوت درجات المؤمنين بحسب السبق إلى الإيمان وأعمال البر.
ঈমান আৰু সৎকৰ্মৰ প্ৰতি অগ্ৰসৰ অনুসৰি মুমিনসকলৰ স্তৰসমূহৰ মাজত ব্যৱধান আছে। info

• الإنفاق في سبيل الله سبب في بركة المال ونمائه.
আল্লাহৰ পথত ব্যয় কৰিলে সম্পদ বৃদ্ধি পায় তথা বৰকত হয়। info