የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
4 : 6

وَمَا تَاْتِیْهِمْ مِّنْ اٰیَةٍ مِّنْ اٰیٰتِ رَبِّهِمْ اِلَّا كَانُوْا عَنْهَا مُعْرِضِیْنَ ۟

মুশ্বৰিকসকলৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰমাণেই আহিছে সেইটোকেই সিহঁতে কোনো গুৰুত্ব নিদি পৰিত্যাগ কৰিছে। এতেকে সিহঁতৰ ওচৰত তাওহীদ তথা ৰাছুলৰ সত্যতাৰ প্ৰকাশ্য তথা স্পষ্ট দলীল প্ৰমাণ আহিছে, তথাপিও সিহঁতে ইয়াৰ পৰা মুখ ঘূৰাই লয়। info
التفاسير: |
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• شدة عناد الكافرين، وبيان إصرارهم على الكفر على الرغم من قيام الحجة عليهم بالأدلة الحسية.
কাফিৰসকলৰ চৰম অবাধ্যতাৰ বৰ্ণনা যে, সিহঁতে অনুভূত দলীল-প্ৰমাণ পোৱাৰ পিছতো কুফৰৰ ওপৰত অটল থাকে। info

• التأمل في سنن الله تعالى في السابقين لمعرفة أسباب هلاكهم والحذر منها.
অতীত লোক সকলৰ প্ৰতি আল্লাহৰ নীতি-নিয়মসমূহৰ চৰ্চা কৰা, যাতে সিহঁতৰ ধ্বংসৰ কাৰণসমূহ গম পোৱা যায় লগতে সেইবোৰৰ পৰা বিৰত থাকিব পাৰি। info

• من رحمة الله بعباده أن لم ينزل لهم رسولًا من الملائكة لأنهم لا يمهلون للتوبة إذا نزل.
বান্দাৰ প্ৰতি আল্লাহৰ অন্যতম এটা কৃপা হৈছে এই যে, তেওঁ সিহঁতৰ প্ৰতি ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰা নাই, কাৰণ এনেকুৱা পৰিস্থিতিত সিহঁতে তাওবাৰ অৱকাশ নাপালেহেঁতেন। info