የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
79 : 6

اِنِّیْ وَجَّهْتُ وَجْهِیَ لِلَّذِیْ فَطَرَ السَّمٰوٰتِ وَالْاَرْضَ حَنِیْفًا وَّمَاۤ اَنَا مِنَ الْمُشْرِكِیْنَ ۟ۚ

মই মোৰ দ্বীন সেই সত্তাৰ বাবে সমৰ্পিত কৰিছো, যিয়ে পূৰ্বৰ কোনো উপমা নোহোৱাকৈ আকাশমণ্ডল তথা পৃথিৱী সৃষ্টি কৰিছে, লগতে মই শ্বিৰ্কৰ পৰা মুক্ত হৈ নিৰ্ভেজাল তাওহীদৰ পিনে ধাবিত হৈছো। মই সেই সকল মুশ্বৰ্কিৰ অন্তৰ্ভুক্ত নহয়, যিসকলে আল্লাহৰ লগত আনক অংশী কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستدلال على الربوبية بالنظر في المخلوقات منهج قرآني.
সৃষ্টিৰ ওপৰত গৱেষণাৰ জৰিয়তে ৰূবুবিয়্যাতৰ প্ৰমাণ উদ্ঘাটন কৰা কোৰআনৰ এটা বিশেষ শৈলী। info

• الدلائل العقلية الصريحة توصل إلى ربوبية الله.
মানুহৰ সুস্থ বিবেকেও এই কথাই প্ৰমাণ কৰে যে, আল্লাহেই এই বিশ্বজগতৰ প্ৰতিপালক। info