የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
81 : 6

وَكَیْفَ اَخَافُ مَاۤ اَشْرَكْتُمْ وَلَا تَخَافُوْنَ اَنَّكُمْ اَشْرَكْتُمْ بِاللّٰهِ مَا لَمْ یُنَزِّلْ بِهٖ عَلَیْكُمْ سُلْطٰنًا ؕ— فَاَیُّ الْفَرِیْقَیْنِ اَحَقُّ بِالْاَمْنِ ۚ— اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟ۘ

এইটো কেনেকৈ সম্ভৱ যে মই আল্লাহৰ বাহিৰে তোমালোকৰ এই মূৰ্তিবোৰক ভয় কৰিম, অথচ তোমালোকে নিজেই কোনো প্ৰমাণ নোহোৱাকৈ আল্লাহৰ সৃষ্টিক আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ভয় নকৰা? কোনটো দল মুক্তিৰ অধিক নিকটৱৰ্তী মুশ্বৰিকসকলৰটো নে তাওহীদপন্থী সকলৰটো? যদি তোমালোকে জানা যে, কোনটো দল উত্তম সেইটোৰে অনুসৰণ কৰা। নিঃসন্দেহে মুমিনসকল তথা তাওহীদ পন্থী সকলৰ দলটোৱে অতি উত্তম। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستدلال على الربوبية بالنظر في المخلوقات منهج قرآني.
সৃষ্টিৰ ওপৰত গৱেষণাৰ জৰিয়তে ৰূবুবিয়্যাতৰ প্ৰমাণ উদ্ঘাটন কৰা কোৰআনৰ এটা বিশেষ শৈলী। info

• الدلائل العقلية الصريحة توصل إلى ربوبية الله.
মানুহৰ সুস্থ বিবেকেও এই কথাই প্ৰমাণ কৰে যে, আল্লাহেই এই বিশ্বজগতৰ প্ৰতিপালক। info