የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
43 : 68

خَاشِعَةً اَبْصَارُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ؕ— وَقَدْ كَانُوْا یُدْعَوْنَ اِلَی السُّجُوْدِ وَهُمْ سٰلِمُوْنَ ۟

সিহঁতৰ দৃষ্টি নত অৱস্থাত থাকিব। অপমান আৰু লজ্জাই সিহঁতক আৱৰি ধৰিব। সিহঁতক পৃথিৱীত আল্লাহক ছাজদাহ কৰিবলৈ কোৱা হৈছিল তেতিয়া সিহঁতে আজি সন্মুখীন হোৱা অসুবিধাৰ পৰা মুক্ত আছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصبر خلق محمود لازم للدعاة وغيرهم.
ধৈৰ্য এক প্ৰশংসনীয় বৈশিষ্ট্য। যিটো দাঈ তথা আল্লাহৰ ফালে আহ্বানকাৰী আৰু অন্য ব্যক্তি সলকৰ বাবে আৱেশ্যক। info

• التوبة تَجُبُّ ما قبلها وهي من أسباب اصطفاء الله للعبد وجعله من عباده الصالحين.
তাওবাই পূৰ্বৰ পাপসমূহ মচি দিয়ে। আৰু তাওবাৰ কাৰণে আল্লাহে বান্দাক মনোনীত কৰে আৰু তাক নিজৰ সৎ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰে। info

• تنوّع ما يرسله الله على الكفار والعصاة من عذاب دلالة على كمال قدرته وكمال عدله.
কাফিৰ আৰু অবাধ্যকাৰীসকলৰ প্ৰতি ভিন ভিন ধৰণৰ শাস্তি প্ৰেৰণ কৰাটো এই কথা প্ৰমাণিত কৰে যে আল্লাহ তাআলা অতি সামৰ্থবান আৰু ন্যায়প্ৰিয়। info