የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
4 : 71

یَغْفِرْ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرْكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ— اِنَّ اَجَلَ اللّٰهِ اِذَا جَآءَ لَا یُؤَخَّرُ ۘ— لَوْ كُنْتُمْ تَعْلَمُوْنَ ۟

যদি তোমালোকে এয়া কৰা তেন্তে আল্লাহে তোমালোকৰ সেই পাপসমূহ ক্ষমা কৰি দিব যিবোৰ বান্দাৰ অধিকাৰৰ লগত সম্বন্ধিত নহয়। আৰু আপোনাৰ সম্প্ৰদায়ৰ জীৱন এক নিৰ্দিষ্ট সময় লৈকে বৃদ্ধি কৰি দিব যিটো সময় আল্লাহে জানে। যেতিয়ালৈকে তোমালোকে ইয়াৰ প্ৰতি প্ৰতিষ্ঠিত থাকিবা তেতিয়ালৈকে পৃথিৱীত বসবাস কৰিব পাৰিবা। নিশ্চয় মৃত্যু যেতিয়া আহে তেতিয়া নিৰ্দিষ্টি সময়ৰ পৰা অলপো পলম নহয়। যদি তোমালোকে জানিলাহেঁতেন তেন্তে অনতিপলমে আল্লাহৰ প্ৰতি ঈমান আনিলাহেঁতন আৰু তোমালোকৰ এই শ্বিৰ্ক আৰু পথভ্ৰষ্টতাৰ পৰা তাওবা কৰিলাহেঁতেন। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطر الغفلة عن الآخرة.
পৰকাল সম্পৰ্কে অৱহেলাৰ ক্ষতি। info

• عبادة الله وتقواه سبب لغفران الذنوب.
আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা গুনাহ ক্ষমাৰ অন্যতম কাৰণ। info

• الاستمرار في الدعوة وتنويع أساليبها حق واجب على الدعاة.
আল্লাহৰ ফালে আহ্বানকাৰী সকলৰ বাবে জৰুৰী যে, নিজৰ কামৰ ধাৰাবাহিকতা বজাই ৰখা আৰু তাৰ বাবে বেলেগ বেলেগ কৌশল অৱলম্বন কৰা। info