Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (9) ምዕራፍ: አል ጂን
وَّاَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَاعِدَ لِلسَّمْعِ ؕ— فَمَنْ یَّسْتَمِعِ الْاٰنَ یَجِدْ لَهٗ شِهَابًا رَّصَدًا ۟ۙ
আৰু আমি আগতে আকাশত স্থান বাচনি কৰি লৈছিলো আৰু তাত ফিৰিস্তাসকলৰ মাজত আদান- প্ৰদান হোৱা খবৰসমূহ শুনিছিলো আৰু পৃথিৱীত থকা জ্যোতিষিক কৈ দিছিলো। কিন্তু এতিয়া পৰিস্থিতি পৰিৱৰ্তন হৈছে। এতিয়া যিয়ে শুনিবলৈ প্ৰয়াস কৰিব সি এনেকুৱা লেলিহান জুইৰ সন্মুখীন হব লাগিব যিটো তাৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে। সি যেতিয়াই তাৰ ওচৰলৈ যাব। সেই লেলেহান জুই তাৰ প্ৰতি নিক্ষেপ কৰা হ'ব, ফলত সি ভস্মিভূত হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تأثير القرآن البالغ فيمَنْ يستمع إليه بقلب سليم.
মনোযোগ সহকাৰে সত্য সৰল অন্তৰেৰে কোৰআন শ্ৰৱণ কৰিলে বহুত প্ৰভাৱ পৰে।

• الاستغاثة بالجن من الشرك بالله، ومعاقبةُ فاعله بضد مقصوده في الدنيا.
জিনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা শ্বিৰ্ক। লগতে পৃথিৱীত সিহঁতৰ শাস্তি।

• بطلان الكهانة ببعثة النبي صلى الله عليه وسلم.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী বনাই জ্যোতিষী বিদ্যাৰ খণ্ডন কৰা হৈছে।

• من أدب المؤمن ألا يَنْسُبَ الشرّ إلى الله.
কোনো বেয়া কৰ্মক আল্লাহৰ সৈতে সম্পৃক্ত কৰা মুমিন সকলৰ শিষ্টাচাৰৰ অন্তৰ্ভুক্ত নহয়।

 
የይዘት ትርጉም አንቀጽ: (9) ምዕራፍ: አል ጂን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት