Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (1) ምዕራፍ: አል ለይል

আল-লাইল

ከመዕራፉ ዓላማዎች:
بيان أحوال الخلق في الإيمان والإنفاق وحال كل فريق.
ঈমান আৰু আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত সৃষ্টিৰ বিভিন্ন অৱস্থাৰ বৰ্ণনা, আৰু প্ৰত্যেক দলৰ অৱস্থাৰ বৰ্ণনা।

وَالَّیْلِ اِذَا یَغْشٰی ۟ۙ
আল্লাহ তাআলাই ৰাতিৰ শপত কৰিছে, যেতিয়া ই তাৰ অন্ধাকাৰৰ জৰিয়তে আকাশ আৰু পৃথিৱীৰ মাজত সকলো বস্তুক আৱৰি ধৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية تزكية النفس وتطهيرها.
আত্মা পৱিত্ৰ কৰাৰ মহত্ব।

• المتعاونون على المعصية شركاء في الإثم.
পাপ কৰ্মৰ প্ৰতি সহায়- সহযোগ কৰা ব্যক্তিও পাপ কৰ্মৰ সমানেই অংশীদাৰ।

• الذنوب سبب للعقوبات الدنيوية.
পাৰ্থিৱ শাস্তিৰ এটা কাৰণ হৈছে পাপ।

• كلٌّ ميسر لما خلق له فمنهم مطيع ومنهم عاصٍ.
প্ৰত্যেক ব্যক্তিৰ কাৰণে সেই কাম সহজ কৰি দিয়া হয়, যাৰ কাৰণে তাক সৃষ্টি কৰা হৈছে।

 
የይዘት ትርጉም አንቀጽ: (1) ምዕራፍ: አል ለይል
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት