ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (8) سورة: مريم
قَالَ رَبِّ اَنّٰی یَكُوْنُ لِیْ غُلٰمٌ وَّكَانَتِ امْرَاَتِیْ عَاقِرًا وَّقَدْ بَلَغْتُ مِنَ الْكِبَرِ عِتِیًّا ۟
যাকাৰিয়্যা আলাইহিচ্ছালামে আল্লাহৰ ক্ষমতা দেখি আশ্চৰ্য প্ৰকাশ কৰি ক'লেঃ মোৰ ঘৰত কেনেকৈ পুত্ৰ সন্তান জন্ম লভিব, অথচ মোৰ পত্নী হৈছে বন্ধ্যা আৰু মই নিজেও বৃদ্ধাৱস্থাৰ অন্তিম সীমাত উপনীত হৈছোঁ। ইপিনে মোৰ হাড়সমূহও দুৰ্বল হৈ পৰিছে?
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• الضعف والعجز من أحب وسائل التوسل إلى الله؛ لأنه يدل على التَّبَرُّؤِ من الحول والقوة، وتعلق القلب بحول الله وقوته.
শিৰ নত কৰা আৰু বিনীত হোৱাটো আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ এটা প্ৰিয় মাধ্যম। কিয়নো এইটোৱে প্ৰমাণ কৰে যে, মানুহৰ ওচৰত কোনো শক্তি সামৰ্থ নাই। অন্তৰৰ সম্পৰ্ক আল্লাহৰ শক্তি সামৰ্থৰ লগত জৰিত।

• يستحب للمرء أن يذكر في دعائه نعم الله تعالى عليه، وما يليق بالخضوع.
মানুহে দুআ কৰাৰ সময়ত আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ উল্লেখ কৰা উচিত তথা বিনয়ী ভাৱ প্ৰকাশ কৰা উচিত।

• الحرص على مصلحة الدين وتقديمها على بقية المصالح.
ধাৰ্মিক হিতসমূহ ৰক্ষা কৰা আৰু আন আন হিতৰ ওপৰত ইয়াক প্ৰাধান্য দিয়া উচিত।

• تستحب الأسماء ذات المعاني الطيبة.
উত্তম অৰ্থবিশিষ্ট নাম ৰখা মুস্তাহাব।

 
ترجمة معاني آية: (8) سورة: مريم
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق