ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (58) سورة: النمل
وَاَمْطَرْنَا عَلَیْهِمْ مَّطَرًا ۚ— فَسَآءَ مَطَرُ الْمُنْذَرِیْنَ ۟۠
আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এইটো আছিল সেইসকল লোকৰ বাবে অতি ভীষণ বিনাশকাৰী বৰষুণ, যিসকলক শাস্তিৰ বিষয়ে সতৰ্ক কৰা হৈছিল কিন্তু সিহঁতে মানা নাছিল।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• لجوء أهل الباطل للعنف عندما تحاصرهم حجج الحق.
বাতিলপন্থীসকলে যেতিয়া সত্যৰ যুক্তি খণ্ডন কৰিব নোৱাৰে, তেতিয়া উৎপীড়ন তথা অন্যায়-অত্যাচাৰত অৱতীৰ্ণ হয়।

• رابطة الزوجية دون الإيمان لا تنفع في الآخرة.
পতি-পত্নীৰ সম্পৰ্ক যদি ঈমানৰ পৰা খালী হয় তেন্তে সেই সম্পৰ্কই আখিৰাতত কোনো লাভদায়ক নহ'ব।

• ترسيخ عقيدة التوحيد من خلال التذكير بنعم الله.
আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাওহীদৰ আক্বীদাক অন্তৰত দৃঢ়ভাৱে গাঁথি লোৱা উচিত।

• كل مضطر من مؤمن أو كافر فإن الله قد وعده بالإجابة إذا دعاه.
প্ৰত্যেক নিৰুপায় ব্যক্তি, মুমিন হওক অথবা কাফিৰ; যদি আল্লাহৰ ওচৰত দুআ কৰে তেন্তে আল্লাহে তাৰ দুআ কবূল কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে।

 
ترجمة معاني آية: (58) سورة: النمل
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق