ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (1) سورة: فصلت

سورة فصلت - ছুৰা ফুচ্ছিলাত

من مقاصد السورة:
بيان حال المعرضين عن الله، وذكر عاقبتهم.
আল্লাহৰ পৰা বিমুখ হোৱা লোকসকলৰ অৱস্থাৰ বৰ্ণনা আৰু সিহঁতৰ পৰিণাম সম্পৰ্কে উল্লেখ কৰা হৈছে।

حٰمٓ ۟ۚ
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• تعطيل الكافرين لوسائل الهداية عندهم يعني بقاءهم على الكفر.
কাফিৰসকলে হিদায়তৰ মাধ্যমবোৰৰ দ্বাৰা উপকৃত নহয়, অৰ্থাৎ কুফৰৰ ওপৰত অৱস্থান কৰাকে সিহঁতে পছন্দ কৰে।

• بيان منزلة الزكاة، وأنها ركن من أركان الإسلام.
যাকাতৰ গুৰুত্বৰ বৰ্ণনা, ই ইছলামৰ এটা অন্যতম স্তম্ভ।

• استسلام الكون لله وانقياده لأمره سبحانه بكل ما فيه.
গোটেই বিশ্বজগত আল্লাহৰ আনুগত্যশীল, আৰু ইয়াত থকা সকলোৱে তেওঁৰ আদেশ মানিবলৈ বাধ্য।

 
ترجمة معاني آية: (1) سورة: فصلت
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

إغلاق