للإطلاع على الموقع بحلته الجديدة

ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - فهرس التراجم


ترجمة معاني آية: (14) سورة: الملك
اَلَا یَعْلَمُ مَنْ خَلَقَ ؕ— وَهُوَ اللَّطِیْفُ الْخَبِیْرُ ۟۠
যিয়ে গোটেই সৃষ্টিজগতক সৃষ্টি কৰিছে তেওঁ গোপন আৰু গোপনতকৈ গোপন সম্পৰ্কে নাজানিব নে? অথচ তেওঁ নিজৰ বান্দাসকলৰ বিষয়ে সূক্ষ্মদৰ্শী আৰু বান্দাসকলৰ অৱস্থা সম্পৰ্কেও সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
التفاسير العربية:
من فوائد الآيات في هذه الصفحة:
• اطلاع الله على ما تخفيه صدور عباده.
আল্লাহে বান্দাৰ অন্তৰত গোপন আৰু লুপ্ত থকা সকলো কথাই জানে।

• الكفر والمعاصي من أسباب حصول عذاب الله في الدنيا والآخرة.
কুফুৰী আৰু পাপ কৰ্ম পৃথিৱী আৰু পৰকালত আল্লাহৰ শাস্তি ভোগ কৰাৰ কাৰণ।

• الكفر بالله ظلمة وحيرة، والإيمان به نور وهداية.
আল্লাহৰ লগত কুফুৰী হল অন্ধকাৰ আৰু অশান্তি। আৰু তেওঁৰ প্ৰতি ঈমান হ’ল জ্যোতি আৰু হিদায়ত।

 
ترجمة معاني آية: (14) سورة: الملك
فهرس السور رقم الصفحة
 
ترجمة معاني القرآن الكريم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - فهرس التراجم

صادرة عن مركز تفسير للدراسات القرآنية.

إغلاق