আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (28) ছুৰা: ছুৰা আল-ফুৰক্বান
یٰوَیْلَتٰی لَیْتَنِیْ لَمْ اَتَّخِذْ فُلَانًا خَلِیْلًا ۟
লগতে শোকত ভাগি পৰি নিজকে অভিশাপ কৰি ক’বঃ “হায় মোৰ বিনাশ! যদি মই অমুকক মোৰ বন্ধু হিচাপে গ্ৰহণ নকৰিলোহেঁতেন!”
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الكفر مانع من قبول الأعمال الصالحة.
সৎকৰ্ম কবূল হোৱাৰ ক্ষেত্ৰত কুফৰ হৈছে বাধাস্বৰূপ।

• خطر قرناء السوء.
বেয়া সংস্পৰ্শৰ ভয়াৱহতা।

• ضرر هجر القرآن.
কোৰআন পৰিত্যাগ কৰাৰ ক্ষতি।

• من حِكَمِ تنزيل القرآن مُفَرّقًا طمأنة النبي صلى الله عليه وسلم وتيسير فهمه وحفظه والعمل به.
কোৰআনখনক সময়ে সময়ে অলপ অলপকৈ অৱতীৰ্ণ কৰাৰ এটা অন্যতম হিকমত হৈছে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা, লগতে ইয়াক বুজিবলৈ সহজ কৰা আৰু মুখস্থ কৰিবলৈ আৰু আমল কৰিবলৈ সুবিধা প্ৰদান কৰা।

 
অৰ্থানুবাদ আয়াত: (28) ছুৰা: ছুৰা আল-ফুৰক্বান
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ