আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (1) ছুৰা: ছুৰা আল-আনকাবূত

ছুৰা আল-আনকাবূত

ছুৰাৰ উদ্দেশ্য:
الأمر بالصبر والثبات عند الابتلاء والفتن، وبيان حسن عاقبته.
বিপদ-আপদ আৰু ফিতনাৰ সময়ত ধৈৰ্য্যৰ সৈতে অটল থকাৰ নিৰ্দেশ দিয়া হৈছে, আৰু ইয়াৰ উত্তম পৰিণাম সম্পৰ্কে বৰ্ণনা কৰা হৈছে।

الٓمّٓ ۟ۚ
(আলিফ-লাম-মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• النهي عن إعانة أهل الضلال.
বিভ্ৰান্ত লোকক সহায় কৰাৰ নিষেধাজ্ঞা।

• الأمر بالتمسك بتوحيد الله والبعد عن الشرك به.
আল্লাহৰ তাওহীদ মজবুতভাৱে ধাৰণ কৰিবলৈ আৰু শ্বিৰ্কৰ পৰা দূৰৈত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

• ابتلاء المؤمنين واختبارهم سُنَّة إلهية.
বিপদ-আপদৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম।

• غنى الله عن طاعة عبيده.
আল্লাহ তেওঁৰ বান্দাৰ ইবাদতৰ পৰা অমুখাপেক্ষী।

 
অৰ্থানুবাদ আয়াত: (1) ছুৰা: ছুৰা আল-আনকাবূত
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ