আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (90) ছুৰা: ছুৰা আলে ইমৰাণ
اِنَّ الَّذِیْنَ كَفَرُوْا بَعْدَ اِیْمَانِهِمْ ثُمَّ ازْدَادُوْا كُفْرًا لَّنْ تُقْبَلَ تَوْبَتُهُمْ ۚ— وَاُولٰٓىِٕكَ هُمُ الضَّآلُّوْنَ ۟
যিসকলে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছে আৰু সেই কুফুৰীতে মৃত্যুক সাৱটি লৈছে, এতেকে মৃত্যু উপস্থিত হোৱাৰ পিছত তাৰ তাওবা কেতিয়াও গ্ৰহণযোগ্য নহ'ব, কিয়নো তেতিয়া তাওবাৰ সময় সমাপ্ত। এইসকল লোকেই আল্লাহৰ পোন পথৰ পৰা পথভ্ৰষ্ট।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• يجب الإيمان بجميع الأنبياء الذين أرسلهم الله تعالى، وجميع ما أنزل عليهم من الكتب، دون تفريق بينهم.
আল্লাহৰ প্ৰেৰিত নবীসকলৰ প্ৰতি আৰু তেওঁলোকৰ ওপৰত অৱতীৰ্ণ হোৱা সকলো পুথিৰ প্ৰতি কোনো ধৰণৰ ভেদভাৱ নকৰি ঈমান পোষণ কৰা অনিবাৰ্য।

• لا يقبل الله تعالى من أحد دينًا أيًّا كان بعد بعثة النبي محمد صلى الله عليه وسلم إلا الإسلام الذي جاء به.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পিছত, আল্লাহে ইছলামৰ বাহিৰে আন কোনো ধৰ্ম স্বীকাৰ নকৰিব।

• مَنْ أصر على الضلال، واستمر عليه، فقد يعاقبه الله بعدم توفيقه إلى التوبة والهداية.
যিয়ে ভ্ৰষ্টতাৰ ওপৰত অটল থাকিব আল্লাহে তাক শাস্তিস্বৰূপে হিদায়ত আৰু তাওবা কৰাৰ তাওফীকৰ পৰা বঞ্চিত কৰিব।

• باب التوبة مفتوح للعبد ما لم يحضره الموت، أو تشرق الشمس من مغربها، فعندئذ لا تُقْبل منه التوبة.
বান্দাৰ বাবে তাওবাৰ দুৱাৰ মৃত্যু উপস্থিত নোহোৱা লৈকে অথবা পশ্চিমৰ পৰা সূৰ্যোদয় নোহোৱা পৰ্যন্ত খোলা থাকে। ইয়াৰ পিছত তাওবা কবুল কৰা নহয়।

• لا ينجي المرء يوم القيامة من عذاب النار إلا عمله الصالح، وأما المال فلو كان ملء الأرض لم ينفعه شيئًا.
ক্বিয়ামতৰ দিনা মানুহক তাৰ সত্কৰ্মইহে জাহান্নামৰ পৰা ৰক্ষা কৰিব। আনহাতে সম্পদ যদি পৃথিৱীৰ সমানো থাকে, তথাপিও কোনো উপাকাৰত নাহিব।

 
অৰ্থানুবাদ আয়াত: (90) ছুৰা: ছুৰা আলে ইমৰাণ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - অনুবাদসমূহৰ সূচীপত্ৰ

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

বন্ধ