Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (58) ছুৰা: আল-আহযাব
وَالَّذِیْنَ یُؤْذُوْنَ الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ بِغَیْرِ مَا اكْتَسَبُوْا فَقَدِ احْتَمَلُوْا بُهْتَانًا وَّاِثْمًا مُّبِیْنًا ۟۠
যিসকল লোকে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা বিনা অপৰাধত কষ্ট দিয়ে, সিহঁতে প্ৰকৃততে মিছা কথা আৰু প্ৰকাশ্য গুনাহৰ বোজা বহন কৰিছে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• علوّ منزلة النبي صلى الله عليه وسلم عند الله وملائكته.
আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকলৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আছে অতি উচ্চ মৰ্যাদা।

• حرمة إيذاء المؤمنين دون سبب.
বিনা অপৰাধত মুমিনসকলক কষ্ট দিয়া হাৰাম।

• النفاق سبب لنزول العذاب بصاحبه.
নিফাকে মুনাফিকৰ ওচৰলৈ শাস্তি কঢ়িয়াই আনে।

 
অৰ্থানুবাদ আয়াত: (58) ছুৰা: আল-আহযাব
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ