Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (43) ছুৰা: আচ-চা-ফফা-ত
فِیْ جَنّٰتِ النَّعِیْمِ ۟ۙ
এই সকলোবোৰ বস্তু তেওঁলোকে জান্নাতত লাভ কৰিব, যি জান্নাতৰ নিয়ামত চিৰস্থায়ী, কেতিয়াও সমাপ্ত নহয়।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• سبب عذاب الكافرين: العمل المنكر؛ وهو الشرك والمعاصي.
কাফিৰসকলক শাস্তি প্ৰদানৰ অন্যতম কাৰণ হৈছে সিহঁতৰ অসৎকৰ্ম, যেনেঃ শ্বিৰ্ক আৰু বিভিন্ন গুনাহসমূহ।

• من نعيم أهل الجنة أنهم نعموا باجتماع بعضهم مع بعض، ومقابلة بعضهم مع بعض، وهذا من كمال السرور.
জান্নাতীসকলে যিবোৰ নিয়ামত লাভ কৰিব, তাৰ অন্যতম এটা নিয়ামত হৈছে, তেওঁলোকে ইজনে সিজনক সাক্ষাত কৰিবলৈ একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিব। এইটো হ’ব তেওঁলোকৰ বাবে আটাইতকৈ আনন্দদায়ক মূহুৰ্ত্ত।

 
অৰ্থানুবাদ আয়াত: (43) ছুৰা: আচ-চা-ফফা-ত
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ