আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
79 : 38

قَالَ رَبِّ فَاَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟

ইবলীছে ক’লেঃ মোক অৱকাশ দিয়ক, লগতে যিদিনা আপুনি আপোনাৰ বান্দাসকলক পুনৰ্জীৱিত কৰিব সেইদিন পৰ্যন্ত মোক মৃত্যু প্ৰদান নকৰিব। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• القياس والاجتهاد مع وجود النص الواضح مسلك باطل.
কোৰআন হাদীছৰ স্পষ্ট প্ৰমাণ থকাৰ পিছতো কিয়াচ অথবা ইজতিহাদ কৰাটো ভুল পন্থা। info

• كفر إبليس كفر عناد وتكبر.
ইবলীছৰ কুফৰ আছিল অহংকাৰ তথা অবাধ্যতা নিৰ্ভৰ কুফৰী। info

• من أخلصهم الله لعبادته من الخلق لا سبيل للشيطان عليهم.
আল্লাহে তেওঁৰ যি বান্দাক তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব, চয়তানে তাক কেতিয়াও সঠিক পথৰ পৰা পথভ্ৰষ্ট কৰিব নোৱাৰিব। info