Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (36) ছুৰা: গাফিৰ
وَقَالَ فِرْعَوْنُ یٰهَامٰنُ ابْنِ لِیْ صَرْحًا لَّعَلِّیْۤ اَبْلُغُ الْاَسْبَابَ ۟ۙ
ফিৰআউনে তাৰ মন্ত্ৰী হামানক ক’লেঃ হে হামান! মোৰ বাবে এটা সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে মই কোনো পথ বিচাৰি পাওঁ।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الجدال لإبطال الحق وإحقاق الباطل خصلة ذميمة، وهي من صفات أهل الضلال.
সত্যক মিছা আৰু মিছাক সত্য প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰাটো হৈছে বেয়া স্বভাৱ। এইটো পথভ্ৰষ্ট লোকসকলৰ বৈশিষ্ট্য।

• التكبر مانع من الهداية إلى الحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে।

• إخفاق حيل الكفار ومكرهم لإبطال الحق.
সত্যক মিছা প্ৰমাণিত কৰিবলৈ কাফিৰসকলৰ চক্ৰান্ত সদায় বিফল হয়।

• وجوب الاستعداد للآخرة، وعدم الانشغال عنها بالدنيا.
পাৰ্থিৱ জীৱনৰ ব্যস্ততা পৰিহাৰ কৰি আখিৰাতৰ বাবে প্ৰস্তুতি লোৱা অনিবাৰ্য।

 
অৰ্থানুবাদ আয়াত: (36) ছুৰা: গাফিৰ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ