Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (39) ছুৰা: আশ্ব-শ্বুৰা
وَالَّذِیْنَ اِذَاۤ اَصَابَهُمُ الْبَغْیُ هُمْ یَنْتَصِرُوْنَ ۟
কিন্তু যদি তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হয়, তথা অত্যাচাৰী ব্যক্তি যদি ক্ষমাৰ যোগ্য নহয় তেন্তে আত্মসন্মান ৰক্ষা কৰিবলৈ তেওঁলোকে প্ৰতিশোধ লয়। বিশেষকৈ সেই সময়ত প্ৰতিশোধ লোৱা উচিত, যেতিয়া ক্ষমা কৰিলে কোনো লাভ নহয়।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الصبر والشكر سببان للتوفيق للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতাৰ ফলত আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰাৰ তাওফীক পোৱা যায়।

• مكانة الشورى في الإسلام عظيمة.
ইছলামত পৰামৰ্শৰ গুৰুত্ব বহুত।

• جواز مؤاخذة الظالم بمثل ظلمه، والعفو خير من ذلك.
অন্যায় অনুপাতে প্ৰতিশোধ লোৱা বৈধ, কিন্তু ক্ষমা কৰাটো উত্তম।

 
অৰ্থানুবাদ আয়াত: (39) ছুৰা: আশ্ব-শ্বুৰা
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ