Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (24) ছুৰা: মুহাম্মদ
اَفَلَا یَتَدَبَّرُوْنَ الْقُرْاٰنَ اَمْ عَلٰی قُلُوْبٍ اَقْفَالُهَا ۟
বিমুখ হোৱা এই লোকসকলে কোৰআন আৰু ইয়াৰ শিক্ষাকলৈ চিন্তা-চৰ্চা কিয় নকৰে? যদি সিহঁতে চিন্তা-চৰ্চা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক কল্যাণৰ পথ দেখুৱালেহেঁতেন আৰু সকলো প্ৰকাৰ অনিষ্টৰ পৰা দূৰত ৰাখিলেহেঁতেন। নাইবা সিহঁতৰ অন্তৰত মজবুত তলা লগোৱা আছে নেকি? যাৰ ফলত সিহঁতৰ ওচৰত কোনো শিক্ষাও কাম নকৰে আৰু কোনো উপদেশো উপকাৰ নকৰে।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• التكليف بالجهاد في سبيل الله يميّز المنافقين من صفّ المؤمنين.
আল্লাহৰ পথত কৰা যুদ্ধই মুনাফিকসকলৰ শাৰীৰ পৰা মুমিনসকলক পৃথক কৰাত সহায় কৰে।

• أهمية تدبر كتاب الله، وخطر الإعراض عنه.
আল্লাহৰ কিতাব চৰ্চা কৰাৰ গুৰুত্ব, তথা ইয়াৰ পৰা বিমুখ হোৱাৰ ভয়াৱহতা।

• الإفساد في الأرض وقطع الأرحام من أسباب قلة التوفيق والبعد عن رحمة الله.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা, লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰা আদি হৈছে আল্লাহৰ তাওফীক আৰু তেওঁৰ ৰহমতৰ পৰা বঞ্চিত হোৱাৰ অন্যতম কাৰণ।

 
অৰ্থানুবাদ আয়াত: (24) ছুৰা: মুহাম্মদ
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ