Check out the new design

আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ * - অনুবাদসমূহৰ সূচীপত্ৰ


অৰ্থানুবাদ আয়াত: (101) ছুৰা: আল-আনআম
بَدِیْعُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— اَنّٰی یَكُوْنُ لَهٗ وَلَدٌ وَّلَمْ تَكُنْ لَّهٗ صَاحِبَةٌ ؕ— وَخَلَقَ كُلَّ شَیْءٍ ۚ— وَهُوَ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
তেৱেঁই আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈ সৃষ্টি কৰিছে। তেওঁৰ পত্নীয়ে নাই, সন্তান কেনেকৈ হব? তেৱেঁই সকলো সৃষ্টি কৰিছে আৰু তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়।
আৰবী তাফছীৰসমূহ:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الاستدلال ببرهان الخلق والرزق (تخليق النبات ونموه وتحول شكله وحجمه ونزول المطر) وببرهان الحركة (حركة الأفلاك وانتظام سيرها وانضباطها)؛ وكلاهما ظاهر مشاهَد - على انفراد الله سبحانه وتعالى بالربوبية واستحقاق الألوهية.
সৃষ্টি কৰা আৰু জীৱিকা প্ৰদান কৰা (উদ্ভিদৰ পুলি সৃষ্টি কৰা, সেইবোৰক উন্নত কৰা, সেইবোৰৰ আকাৰ আকৃতি পৰিবৰ্তন কৰা, বৰষুণ দিয়া) তথা গতি কৰা (গ্ৰহবোৰৰ গতি আৰু সেইবোৰে নিজ নিজ কক্ষপথত চলা) এই সকলোবোৰ স্পষ্ট তথা দৃশ্যমান প্ৰমাণ। যিবোৰৰ দ্বাৰা প্ৰমাণ হয় যে, আল্লাহেই একমাত্ৰ প্ৰতিপালক তথা ইবাদতৰ যোগ্য।

• بيان ضلال وسخف عقول المشركين في عبادتهم للجن.
এই কথাৰ প্ৰমাণ পোৱা গ'ল যে, মুশ্বৰিকসকলে বিবেকহীনতাৰ কাৰণে তথা ভ্ৰান্ত হোৱাৰ কাৰণে জিনৰ পূজা পাঠ কৰিছিল।

 
অৰ্থানুবাদ আয়াত: (101) ছুৰা: আল-আনআম
ছুৰাৰ তালিকা পৃষ্ঠা নং
 
আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ - অনুবাদসমূহৰ সূচীপত্ৰ

তাফছীৰ চেণ্টাৰ ফৰ কোৰানিক ষ্টাডিজৰ ফালৰ পৰা প্ৰচাৰিত।

বন্ধ