আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
18 : 88

وَاِلَی السَّمَآءِ كَیْفَ رُفِعَتْ ۟ۥ

আৰু তেওঁলোকে আকাশলৈ নাচায় কিয়, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰিছে, যিটোক তেওঁলোকৰ ওপৰত এটা সুৰক্ষিত চাদ হিচাপে স্থাপন কৰিছে, যিটো তেওঁলোকৰ ওপৰত খহি নপৰিব। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• أهمية تطهير النفس من الخبائث الظاهرة والباطنة.
আত্মাক বাহ্যিক আৰু আভ্যন্তৰিণ মলিনতাৰ পৰা পৱিত্ৰ কৰাৰ মহত্ব। info

• الاستدلال بالمخلوقات على وجود الخالق وعظمته.
সৃষ্টিৰ জৰিয়তে স্ৰষ্টাৰ অস্তিত্ব আৰু তেওঁৰ মহানতা প্ৰমাণ কৰা। info

• مهمة الداعية الدعوة، لا حمل الناس على الهداية؛ لأن الهداية بيد الله.
আল্লাহৰ ফালে আহ্বানকাৰীৰ কাম কেৱল আহ্বান কৰা। হিদায়তৰ পথৰ প্ৰতি আহিবলৈ মানুহক বাধ্য কৰা নহয়। কিয়নো হিদায়ত কেৱল আল্লাহৰ হাতত। info