Check out the new design

Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. * - Tərcumənin mündəricatı


Mənaların tərcüməsi Ayə: (83) Surə: əl-Hicr
فَاَخَذَتْهُمُ الصَّیْحَةُ مُصْبِحِیْنَ ۟ۙ
অৱশেষত প্ৰভাতৰ সময়ত সিহঁতক প্ৰচণ্ড শব্দই গ্ৰাস কৰিলে।
Ərəbcə təfsirlər:
Bu səhifədə olan ayələrdən faydalar:
• أن الله تعالى إذا أراد أن يهلك قرية ازداد شرهم وطغيانهم، فإذا انتهى أوقع بهم من العقوبات ما يستحقونه.
আল্লাহে যেতিয়া কোনো জনবসতিক ধ্বংস কৰিব বিচাৰে, তেতিয়া সেই সম্প্ৰদায়ৰ অধিবাসী সকলৰ পাপ কৰ্ম আৰু স্বৈৰাচাৰিতা বৃদ্ধি কৰি দিয়ে। এতেকে যেতিয়া সিহঁতে সীমা অতিক্ৰম কৰি পেলায় তেতিয়া সিহঁত প্ৰাপ্য শাস্তিৰ সন্মুখীন হয়।

• كراهة دخول مواطن العذاب، ومثلها دخول مقابر الكفار، فإن دخل الإنسان إلى تلك المواضع والمقابر فعليه الإسراع.
যি স্থানত আল্লাহৰ শাস্তি অৱতীৰ্ণ হৈছে সেই স্থানত যোৱাটো অপছন্দনীয়। ঠিক সেইদৰে কাফিৰসকলৰ কবৰস্থানৰো একেই অৱস্থা। যদি কোনোবাই তেনেকুৱা ঠাই অতিক্ৰম কৰিবলগীয়া হয় তেন্তে অতি দ্ৰুত গতিত সেই ঠাই অতিক্ৰম কৰা উচিত।

• ينبغي للمؤمن ألا ينظر إلى زخارف الدنيا وزهرتها، وأن ينظر إلى ما عند الله من العطاء.
মুমিন ব্য়ক্তিয়ে পৃথিৱীৰ সা-সৌন্দৰ্য আৰু ইয়াৰ আকৰ্ষণৰ প্ৰতি আকৃষ্ট হোৱা উচিত নহয়, বৰং আল্লাহৰ ওচৰত থকা প্ৰতিদানৰ প্ৰতি মনোযোগ দিয়া উচিত।

• على المؤمن أن يكون بعيدًا من المشركين، ولا يحزن إن لم يؤمنوا، قريبًا من المؤمنين، متواضعًا لهم، محبًّا لهم ولو كانوا فقراء.
মুমিনসকলে মুশ্বৰিকসকলৰ পৰা দূৰত্ব অৱলম্বন কৰা উচিত, সিহঁতে যদি ঈমান পোষণ নকৰে তেন্তে দুখ কৰিব নালাগে। মুমিনসকলৰ লগত থকা উচিত, তেওঁলোকৰ লগত নম্ৰ ব্যৱহাৰ কৰা উচিত, তেওঁলোকক ভালপোৱা উচিত যদিও তেওঁলোকক দৰিদ্ৰ হয়।

 
Mənaların tərcüməsi Ayə: (83) Surə: əl-Hicr
Surələrin mündəricatı Səhifənin rəqəmi
 
Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi. - Tərcumənin mündəricatı

Tərcümə "Quran araşdırmaları Təfsir Mərkəzi" tərəfindən yayımlanmışdır.

Bağlamaq