Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
19 : 11

الَّذِیْنَ یَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ وَیَبْغُوْنَهَا عِوَجًا ؕ— وَهُمْ بِالْاٰخِرَةِ هُمْ كٰفِرُوْنَ ۟

যিসকলে মানুহক সঠিক পথৰ পৰা বিৰত ৰাখে, আৰু নিজৰ বক্ৰ পথক পোন পথৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰে যাতে কোনেও সেই পথত পৰিচালিত হ'ব নোৱাৰে। সেইসকল লোকেই মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থানক অস্বীকাৰ কৰে। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• تحدي الله تعالى للمشركين بالإتيان بعشر سور من مثل القرآن، وبيان عجزهم عن الإتيان بذلك.
আল্লাহে মুশ্বৰিকসকলক কোৰআনৰ দৰে দহটা ছুৰা আনিবলৈ প্ৰত্যাহ্বান জনাইছে, লগতে এই কথাও উল্লেখ কৰিছে যে, সিহঁতে এই কাম কৰিবলৈ কেতিয়াও সক্ষম নহ'ব। info

• إذا أُعْطِي الكافر مبتغاه من الدنيا فليس له في الآخرة إلّا النار.
যিহেতু কাফিৰসকলক পৃথিৱীত সিহঁতৰ আশা অনুযায়ী সকলো দিয়া হৈছে, সেয়ে আখিৰাতত সিহঁতে জাহান্নামৰ বাহিৰে আন একো নাপাব। info

• عظم ظلم من يفتري على الله الكذب وعظم عقابه يوم القيامة.
আল্লাহৰ প্ৰতি যিয়ে মিছা আৰোপ কৰে, সি হৈছে মহা-অন্যায়কাৰী, আৰু ক্বিয়ামতৰ দিনা সি মহাশাস্তিৰ সন্মুখীন হ'ব। info