Prijevod značenja časnog Kur'ana - Asamski prijevod sažetog tefsira Kur'ana

external-link copy
73 : 21

وَجَعَلْنٰهُمْ اَىِٕمَّةً یَّهْدُوْنَ بِاَمْرِنَا وَاَوْحَیْنَاۤ اِلَیْهِمْ فِعْلَ الْخَیْرٰتِ وَاِقَامَ الصَّلٰوةِ وَاِیْتَآءَ الزَّكٰوةِ ۚ— وَكَانُوْا لَنَا عٰبِدِیْنَ ۟ۙ

আমি তেওঁলোকক প্ৰতিনিধি বনাইছিলোঁ, তেওঁলোকৰ পৰা মানুহে কল্যাণ সম্পৰ্কে অৱগত হৈছিল। তেওঁলোকে আল্লাহৰ অনুমতিত মানুহক এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰিছিল। আমি তেওঁলোকক অহীৰ মাধ্যমত জনাইছিলোঁ যে, সৎকৰ্ম কৰা, পৰিপূৰ্ণৰূপে চালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। তেওঁলোক আছিল আমাৰ আনুগত্যকাৰী। info
التفاسير:
Poruke i pouke ajeta na ovoj stranici:
• فعل الخير والصلاة والزكاة، مما اتفقت عليه الشرائع السماوية.
সৎকৰ্ম কৰা, চালাত আদায় কৰা, যাকাত প্ৰদান কৰা আদি এনেকুৱা উপদেশ, যিবোৰ প্ৰত্যেক আচমানী গ্ৰন্থত উল্লেখ আছে। info

• ارتكاب الفواحش سبب في وقوع العذاب المُسْتَأْصِل.
অশ্লীল কৰ্ম হৈছে বিনাশ বা ধ্বংসৰ অন্যতম কাৰণ। info

• الصلاح سبب في الدخول في رحمة الله.
সদাচাৰিতা হৈছে আল্লাহৰ ৰহমতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• الدعاء سبب في النجاة من الكروب.
দুআ হৈছে বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info